নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বেংকত সোমাল চোৰ

চোৰৰ উপদ্ৰৱ

  • বাক্সাৰ মুছলপুৰত নিশা চোৰৰ উপদ্ৰৱ
  • মুছলপুৰ গ্ৰামীণ বিকাশ বেংকত নিশা চোৰৰ ত্ৰাস
  • বেংকৰ প্ৰৱেশদ্বাৰৰ গ্ৰীল ভাঙি সোমাল চোৰ
  • বেংকটোৰ পৰা চোৰে নিব নোৱাৰিলে ধন
  • বেংকটোৰ আচবাব ভাঙি লণ্ডভণ্ড কৰে চোৰে
  • ঘটনা সন্দৰ্ভত আৰক্ষীৰ অনুসন্ধান অব্যাহত