নিয়মীয়া বাৰ্তা, ৬ এপ্ৰিলঃ শিলচৰ মেডিকেল কলেজ হাস্পতালত উপস্থিত স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। কৰ’না প্ৰতিৰোধী ব্যৱস্থাৰ বুজ লোৱাৰ লগতে চিকিৎসক তথা স্থানীয় বিধায়কৰ সৈতে আলোচনাত মিলিত হয় মন্ত্ৰীগৰাকী। হাস্পতালখনৰ বিভিন্ন ৱাৰ্ডৰ কৰ’না প্ৰতিৰোধী সামগ্ৰী সমূহৰ সন্দৰ্ভতো বুজ ল’লে মন্ত্ৰীগৰাকীয়ে। স্বাস্থ্যমন্ত্ৰীগৰাকীৰ এই পদক্ষেপক সকলোৱে শলাগ লৈছে।
Prev Post
You might also like