নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৭১৪জনলৈ বৃদ্ধি ক’ৰোনা আক্ৰান্তৰ সংখ্যা

নিয়মীয়া বাৰ্তা, ২৭ মেঃ ৰাজ্যত পুনৰ ক’ৰোনা আক্ৰান্তৰ সংখ্যা বৃদ্ধি। ৭১৪জনলৈ বৃদ্ধি পালে আক্ৰান্তৰ সংখ্যা। টুইটযোগে জনালে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আজিৰ দিনটো আক্ৰান্তৰ সংখ্যা ৩২জন।

You might also like