নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৮৩১জনলৈ বৃদ্ধি ক’ৰোনা আক্ৰান্তৰ সংখ্যা

নিয়মীয়া বাৰ্তা, ২৮ মেঃ ৰাজ্যত ৮৩১জনলৈ বৃদ্ধি পালে ক’ৰোনা আক্ৰান্তৰ সংখ্যা। টুইটযোগে জনালে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

You might also like