নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

AAINAৰ উদ্যোগত ৭৪ সংখ্যক স্বাধীনতা দিৱস উদযাপন

নিয়মীয়া বাৰ্তা ১৫ আগষ্টঃ স্বাধীনতা দিৱস উপলক্ষে প্ৰতিবছৰ ৰ দৰে এইবাৰো All Assam information and Awareness Organization ৰ সদস্য সকলে ব্যতিক্ৰমী ধৰণে স্বাধীনতা দিৱস পালন কৰে। বৰ্তমান সময়ত ক’ৰোনা মহামাৰীৰ সজাগতাৰ বাবে আৰক্ষী, সংবাদ কৰ্মী সকলোৰে মাজত হেন্ড চেনিটাইজাৰ, মাস্ক বিতৰনৰ লগতে এখনকৈ পতাকা দিয়া হয়।এই ক্ষেত্ৰত সহায় কৰি অহা অসম চৰকাৰৰ আবকাৰী বিভাগৰ বিষয়া শ্ৰীযুত Sailendra Babu দাদা ক পুনৰবাৰ আমাৰ এনজিঅ ৰ পৰা ধন্যবাদ জ্ঞাপন কৰা হয়।

You might also like