নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসম জাতীয় পৰিষদৰ নামেৰে গঠন হ’ল নতুন আঞ্চলিক দল

নিয়মীয়া বাৰ্তা ১৪ ছেপ্টেম্বৰঃ  ঘোষণা কৰা হ’ল আছু – অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত গঠন হোৱা নতুন আঞ্চলিক ৰাজনৈতিক দলটোৰ নাম । ”অসম জাতীয় পৰিষদ ” হিচাপে নামাকৰণ কৰা হৈছে এই দলটোৰ। সমন্বয়ক হিচাপে থাকিব জগদীশ ভূঞা। ”ঘৰে ঘৰে আমি” – এই শ্লোগানেৰে আগবাঢ়িব এই নতুন দলটো।

You might also like