নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘অসম জাতীয় পৰিষদ’ৰ পতাকা-খচৰা সংবিধান উন্মোচন

নিয়মীয়া বাৰ্তা, ৪ নবেম্বৰঃ ‘অসম জাতীয় পৰিষদ’ দলৰ পতাকা উন্মোচন। খচৰা সংবিধাখনো উন্মোচন কৰে অনুষ্ঠানত। মহানগৰীৰ প্ৰাগ কণ্টিনেণ্টেল হোটেলত এই অনুষ্ঠান।

অনুষ্ঠানত দলটোৰ বহুকেইজন নেতা উপস্থিত থাকে। আঞ্চলিক দলটো আছু আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নেতৃত্বত গঠন হৈছিল এই দলটো।

You might also like