নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাইজৰ দলৰ সভাপতি অখিল গগৈ

নিয়মীয়া বাৰ্তা ৯ জানুৱাৰীঃ   ৰাইজৰ দলৰ ৰাজ্যিক অভিৱৰ্তনৰ আজি অন্তিমটো দিন।আনহাতে শুকুৰবাৰে অনুষ্ঠিত হয় ৰাইজৰ দলৰ প্ৰতিনিধি সভা। এই প্ৰতিনিধি সভাতে ৰাইজৰ দলৰ সভাপতি-সম্পাদককে ধৰি কাৰ্যনিৰ্বাহক সমিতি গঠন কৰা হয়।
অখিল গগৈক সভাপতি, ভাস্কো দি শইকীয়া, ৰুবুল দাস, কবিন্দ্ৰ চেতিয়াক কাৰ্যকৰী সভাপতি আৰু ১১ জনকৈ সাধাৰণ সম্পাদকসহ ৫৭ জনীয়া কাৰ্যকৰী সমিতি গঠন কৰা হয়।
You might also like