আত্মসমৰ্পণ নকৰিলেই গ্ৰেপ্তাৰ আসন্ন শ্যামকানু-সিদ্ধাৰ্থৰ
আত্মসমৰ্পণ নকৰিলেই গ্ৰেপ্তাৰ আসন্ন শ্যামকানু-সিদ্ধাৰ্থৰ
ছিংগাপুৰতে গ্ৰেপ্তাৰ কৰা হ’ব জুবিন গাৰ্গৰ মৃত্যুৰে সাঙোৰ খোৱা শ্যামকানু মহন্তক
আগন্তুক দুদিনৰ ভিতৰত আত্মসমৰ্পণ নকৰিলে ছিংগাপুৰতে গ্ৰেপ্তাৰ কৰিব ফেষ্টিভেল মহন্তক
মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ কঠোৰ নিৰ্দেশনা অসম আৰক্ষীক
কাইলৈ ছিংগাপুৰলৈ ৰাওনা হব অসম আৰক্ষীৰ এটা দল
দিল্লীৰ পৰা পলোৱা সিদ্ধাৰ্থ শৰ্মাই আশ্ৰয়ৰ তথ্যও চৰকাৰে লাভ কৰা বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ
মেনেজাৰ সিদ্ধাৰ্থৰ বাবেও দুদিনৰ সময় বান্ধি দিছে অসম আৰক্ষীয়ে
নিয়মীয়া বাৰ্তা ডেস্ক, ২৯ ছেপ্টেম্বৰ