নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সমাগত বৰদিন, ৰাজ্যৰ চৌদিশে বৰদিনক আদৰাৰ প্ৰস্তুতি

সমাগত বৰদিন। ৰাজ্যৰ চৌদিশে চলিছে বৰদিনক আদৰাৰ ব্যাপক আয়োজন আৰু প্ৰস্তুতি। মাজত মাথোঁ দুটা দিন বাকী। খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলে ভগৱান যীচুৰ জন্মদিন পালন কৰিবলৈ সাজু। বৰদিন উপলক্ষে গাঁৱে-ভূঞেও চলিছে ব্যাপক প্ৰস্তুতি। গাঁৱৰ গিৰ্জাসমূহ সজাই -পৰাই ৰংচঙীয়া কৰি তুলিছে। বৰ্তমান গিৰ্জাসমূহত উৎসৱমুখৰ পৰিৱেশ বিৰাজ কৰিছে।

ভগৱান যীশুই যাতে সকলোৰে মংগল কৰে, বিশ্বত শান্তি প্ৰতিষ্ঠা কৰে, এখন সু-শৃংখলিত সমাজ গঢ় দিয়াত সহায় কৰে, এই উদ্দেশ্য আগত ৰাখি গিৰ্জাত কৰিব প্ৰাৰ্থনা।

ডিজিটেল ডেস্ক, ২২ ডিচেম্বৰ :

You might also like