নিয়মীয়া বাৰ্তা ডিজিটেল, ১৯ ফেব্ৰুৱাৰীঃ ভাৰত জো়ড়ো ন্যায় যাত্ৰাৰ সময়ত হোৱা অথন্তৰৰ বাবে ৰাহুল গান্ধীলৈ চিআইডিয়ে চমন জাৰি কৰিছে। চমন অনুসৰি ২৩ ফেব্ৰুৱাৰীত উলুবাৰীৰ চিআইডিৰ কাৰ্যালয়ত হাজিৰ হোৱাৰ নিৰ্দেশ দিয়া হৈছে। ৰাহুল গান্ধীৰ লগতে কে চি বেনুগোপাল, জিতেন্দ্ৰ সিং, ভূপেন বৰা, কানহাইয়া কুমাৰ, দেৱব্ৰত শইকীয়া, জাকিৰ হুছেইন শিকদাৰলৈও চমন জাৰিক কৰিছে চিআইডিয়ে।
You might also like