সীমা সমস্যা সন্দৰ্ভত অসম আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰীৰ বৈঠক
- সৌহাৰ্দ্যপূৰ্ণ সমাধানৰ বাবে আলোচনা আগবঢ়াই নিয়াৰ সিদ্ধান্ত
- অহা জুন মাহত দুয়োগৰাকী মুখ্যমন্ত্ৰীয়ে যৌথভাৱে ভ্ৰমণ কৰিব বিবদমান অঞ্চলসমূহ

Meeting is underway at the State Guest House between Hon’ble Chief Minister of Meghalaya @SangmaConrad and HCM Dr @himantabiswa to completely resolve the boundary issue between the two states. pic.twitter.com/yl1KJxLvwO
— Chief Minister Assam (@CMOfficeAssam) May 24, 2023