নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজি দিল্লীলৈ যাব মুখ্যমন্ত্রী ড০ শর্মা

নিয়মীয়া বাৰ্তা, ৩০ মেঃ আজি নতুন দিল্লীলৈ উৰা মাৰিব মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ মুখ্যমন্ত্রীৰ দায়িত্বভাৰ গ্রহণৰ পাছত ড০ শর্মাৰ এয়াই হৈছে প্রথম দিল্লী ভ্রমণ৷

জানিব পৰা মতে আজি বিয়লিৰ ভাগত মুখ্যমন্ত্রী ড০ শর্মা দিল্লীত উপস্থিত হ’ব৷

You might also like