নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৰপেটাত লাটমণ্ডল সুৰজিৎ ডেকাৰ ঘৰত অভিযান CM ভিজিলেঞ্চ-ৰ

বৰপেটাত মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী শাখাৰ অভিযান ৷

বাঘবৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ লাট মণ্ডল সুৰজিৎ ডেকাৰ ঘৰত অভিযান ৷

বৰপেটা দঙৰকুছিত থকা সুৰজিৎ ডেকাৰ অট্টালিকাত অভিযান মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী শাখাৰ ৷

লাটমণ্ডল সুৰজিৎ ডেকাৰ বিৰুদ্ধে আয়বহিৰ্ভুত সম্পত্তি গঢ়াৰ অভিযোগ ৷

বৰপেটাৰ পুৰ্বৰ ৰাজহ চক্ৰ বিষয়া নূপুৰ বৰাৰ সতে সম্পৰ্ক গঢ়ি বৰপেটাৰ বিভিন্ন স্থানত মাটি সম্পত্তি কৰাৰ অভিযোগ সুৰজিৎ ডেকাৰ বিৰুদ্ধে ৷

পূৰ্বে বৰপেটা ৰাজহ চক্ৰৰ লাটমণ্ডল আছিল সুৰজিৎ ডেকা ৷

ইপিনে বৰপেটাৰ পূৰ্বৰ ৰাজহ চক্ৰ বিষয়া নূপুৰ বৰাৰ বৰপেটাৰ ভাৰাঘৰতো অভিযান মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী শাখাৰ অভিযান ৷

বৰপেটাৰ শ্ৰীকামাৰ পথত থকা ভাৰাঘৰত অভিযান তদাৰকী শাখাৰ ৷

নিয়মীয়া বাৰ্তা ডেস্ক, ১৫ ছেপ্টেম্বৰ

You might also like