ACS বিষয়া নূপুৰ বৰাৰ বাসগৃহত উদ্ধাৰ ১.৭০ কোটি টকা, CM ভিজিলেঞ্চ-ৰ মাৰাথন অভিযান
আজি ACS নুপূৰ বৰাৰ বাসগৃহত অভিযান চলায় CM ভিজিলেঞ্চ-এ
এই অভিযান নূপুৰ বৰাৰ বাসগৃহত ভিজিলেঞ্চে জব্দ কৰে ১ কোটি ৭০ লাখ টকা।
কামৰূপৰ গৰৈমাৰীৰ ৰাজহ চক্ৰ বিষয়া আছিল নুপূৰ বৰা।
লগতে বিষয়াগৰাকীৰ ঘণিষ্ঠ মণ্ডল সুৰজিত ডেকাৰ বৰপেটাৰ বাসৃহতো অভিযান ভিজিলেঞ্চৰ।
দুৰ্নীতিত নিমজ্জিত ৰাজহ চক্ৰ বিষয়াগৰাকীৰ ফ্লেটত অভিযান চি এম ভিজিলেঞ্চৰ।
গুৱাহাটীৰ মালিগাঁও গোটানগৰৰ ফ্লেটত অভিযান চলাইছে ভিজিলেঞ্চে।
ইফালে টকা গণিবলৈ ষ্টেট বেংকৰ সহায় বিচাৰিছে CM ভিজিলেঞ্চে।
নিয়মীয়া বাৰ্তা ডেস্ক, ১৫ ছেপ্টেম্বৰ