নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনী ফলাফল ঘোষণা

🔹 সভাপতি পদত হিমাংশু কুমাৰ দাস-সাধাৰণ সম্পাদক পদত জাভেদ আখতাৰৰ জয়লাভ

বিশেষ বাৰ্তা, ১৯ অক্টোবৰ : কটন বিশ্ববিদ্যালয়ৰ আজি ছাত্ৰ একতা সভাৰ নিৰ্বাচনী ফলাফল ঘোষণা কৰা হয় । ঘোষিত ফলাফল অনুসৰি, সভাপতি পদত হিমাংশু কুমাৰ দাস আৰু সাধাৰণ সম্পাদক পদত জাভেদ আখতাৰে জয়লাভ কৰে। তদুপৰি উপ-সভাপতি পদত অক্ষয়তা দাস, সহ: সাধাৰণ সম্পাদক গাৰ্গী শৰ্মা, লঘু ক্ৰীড়া সম্পাদক মাপানি লামগু, কটনিয়ান সম্পাদক সৃন্জনা শৰ্মা, ক্ৰিকেট সম্পাদক কৰণ শৰ্মা, তৰ্ক সম্পাদক অংকিতা শৰ্মা বৰদলৈ আৰু ছাত্ৰ জিৰণি কোঠা পদত মমৰেজ আলীয়ে জয়লাভ কৰে।

You might also like