ৰাজ্যত পুনৰ ৩৩ গৰাকী লোক ক’ৰোনা পজিটিভ
নিয়মীয়া বাৰ্তা, ৯ জুনঃ ৰাজ্যত নতুনকৈ ৩৩ গৰাকী লোক কোভিড-১৯ ত আক্ৰান্ত হোৱা বুলি পৰীক্ষাত ধৰা পৰিছে ৷ ইয়াৰে ১৭ তিনিচুকীয়াৰ, ৪ গৰাকী যোৰহাটৰ, ৩ গৰাকী বৰপেটাৰ, ২ গৰাকী চিৰাঙৰ, ২ গৰাকী কাৰ্বি-আংলঙৰ, ২ গৰাকী নগাঁৱৰ, ১ গৰাকী বাক্সা, ১ গৰাকী গোলাঘাট আৰু ১ গৰাকী মাজুলীৰ ৷
যাৰ পাছতে অসমত বৰ্তমানলৈ কোভিড-১৯ ত আক্ৰান্ত লোকৰ সংখ্যা ২৮৬৮ জনলৈ বৃদ্ধি পাইছে । ইপিনে ৰাজ্যত সম্প্ৰতি ২০৭৬ গৰাকী এনে ৰোগী চিকিৎসাধীন হৈ থকাৰ বিপৰীতে সুস্থ হৈ উঠিছে ৭৮৪ গৰাকী লোক ।
আনহাতে বিয়োগ হোৱা ব্যক্তিৰ সংখ্যা – ৫ জন ।
?Alert ~ 33 new #COVID19+ cases reported.
17 Tinsukia, 4 Jorhat, 3 Barpeta, 2 Chirang, 2 Karbi Anglong, 2 Nagaon, 1 Baksa, 1 Golaghat, 1 Majuli
↗️Total cases 2868
↗️Recovered 784
↗️Active cases 2076
↗️Deaths 051:20 PM/June 9/ Day’s total as of now 33#AssamCovidCount pic.twitter.com/F68x9UjULV
— Himanta Biswa Sarma (@himantabiswa) June 9, 2020