নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শিক্ষা বিভাগৰ উপদেষ্টা পদ এৰিলে ড০ ননীগোপাল মহন্তই

বিশেষ বাৰ্তা, ১৩ ফেব্রুৱাৰী : অসম চৰকাৰৰ শিক্ষা বিভাগৰ উপদেষ্টা পদৰ পৰা পদত্যাগ কৰিছে অধ্যাপক ড০ ননীগোপাল মহন্তই৷ উল্লেখ্য যে বিগত প্রায় ৩ বছৰ ধৰি ৰাজ্য চৰকাৰৰ শিক্ষা উপদেষ্টা হিচাপে কর্মৰত আছিল বিশিষ্ট শিক্ষাবিদগৰাকী৷ জানিব পৰা মতে, অধ্যাপক ড০ মহন্তই পুনৰ গুৱাহাটী বিশ্ববিদ্যালয়লৈ উভতি গৈ অধ্যাপনা কৰাত মনোনিৱেশ কৰাৰ সিদ্ধান্ত লোৱাৰ বাবেই শিক্ষা উপদেষ্টা পদৰ পৰা পদত্যাগ কৰিছে৷

You might also like