ঘন কুঁৱলীৰ বাবেই শিক্ষামূলক ভ্ৰমণলৈ যোৱা বাহন দুৰ্ঘটনাগ্ৰস্ত
শিক্ষামূলক ভ্ৰমণৰ পৰা ওভতনি যাত্ৰাত স্কুল পোৱাৰ এক কিলোমিটাৰ নিলগতে সংঘটিত হয় এই দুৰ্ঘটনা
- ঘন কুঁৱলীৰ বাবে শিক্ষামূলক ভ্ৰমণলৈ যোৱা বাহন দুৰ্ঘটনাগ্ৰস্ত।
- আহত কেইবাগৰাকীও ছাত্ৰ-ছাত্ৰী।
- জুৰীয়াৰ কান্ধুলীমাৰীত সংঘটিত হৈছে এই দুৰ্ঘটনা।
- কান্ধুলীমাৰী ছিৰাজিয়া হাইস্কুলৰ ছাত্ৰ-ছাত্ৰীক লৈ যোৱা হৈছিল শিক্ষামূলক ভ্ৰমণলৈ।
- শিক্ষামূলক ভ্ৰমণৰ পৰা ওভতনি যাত্ৰাত স্কুল পোৱাৰ এক কিলোমিটাৰ নিলগতে সংঘটিত হয় এই দুৰ্ঘটনা।
- ঘন কুঁৱলীৰ বাবেই নিয়ন্ত্ৰণ হেৰুৱাই এই দুৰ্ঘটনা সংঘটিত হোৱাৰ সন্দেহ কৰিছে স্থানীয় লোকে।
ডিজিটেল ডেস্ক, ৬ জানুৱাৰী
লগতে এইটোও পঢ়ক —- নিয়োগ বাৰ্তা : কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ত চাকৰিৰ সুযোগ