নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বুধবাৰে পজিটিভ ৫৪৮, গুৱাহাটীতে ৩৭৮ গৰাকী আক্ৰান্ত

নিয়মীয়া বাৰ্তা, ২ জুলাইঃ বুধবাৰে দিনটোত ৰাজ্যত নতুনকৈ ৫৪৮ গৰাকী লোক ক’ভিড-১৯ ত আক্ৰান্ত হয় । আক্ৰান্ত হোৱাসকলৰ ভিতৰত ২৪ ঘণ্টাত ৩৭৮ গৰাকী গুৱাহাটী মহানগৰীৰ ।

ইপিনে ৰাজ্যৰ বিভিন্ন হাস্পতালৰ পৰা কালিৰ দিনটোতে ১৮৪ গৰাকী লোক সুস্থ হৈ ঘৰলৈ উভতিছে । ইয়াকে লৈ ৰাজ্যত সুস্থ হৈ উঠা লোকৰ সংখ্যা ৫৮৩১ জনলৈ বৃদ্ধি পায় ।

আনহাতে বৰ্তমানলৈ ৰাজ্যত ৮৯৫৫ গৰাকী লোক ক’ৰোনাত আক্ৰান্ত হৈছে ।

You might also like