নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হোজাইত এনকাউন্টাৰঃ ভূ-মাফিয়া নজৰুল ইছলামলৈ আৰক্ষীৰ গুলীচালনা

  • হোজাইত পুনৰ এনকাউন্টাৰ
  • ভূ-মাফিয়ালৈ লক্ষ্য কৰি গুলী হোজাই আৰক্ষীৰ
  • লামডিং সংৰক্ষিত বনাঞ্চলৰ মাটিৰ দালাল নজৰুলক লৈ হোজাইৰ আৰক্ষীয়ে তীব্ৰ অভিযান চলাইছিল বনাঞ্চলত
  • লামডিং সংৰক্ষিত বনাঞ্চলৰ ভূ মাফিয়াৰ মাষ্টাৰমাইণ্ড নজৰুল ইছলামক এনকাউন্টাৰ
  • যোৱা নিশা বনাঞ্চলৰ অনান্য মাটিৰ দালালৰ বিৰুদ্ধে অভিযান চলোৱাৰ সময়তে পলাবলৈ চেষ্টা চলাইছিল নজৰুলে
  • হোজাই আৰক্ষীয়ে নজৰুলক বাধা প্ৰদান কৰিবলৈ গৈ নজৰুলৰ ভৰিত গুলী মাৰে
  • বৰ্তমান নগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে গুলীবিদ্ধ নজৰুল ইছলামক

You might also like