নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ দিনটোৰ ৰাশিফল

মেষ ঃ কর্মক্ষেত্রত জটিলতাৰ উদয় হ’ব পাৰে৷ কোনো কাৰণে মনটো গধুৰ হ’ব পাৰে৷ ব্যৱসায়ীসকলৰ ব্যস্ততা বৃদ্ধি পাব৷ শুভ ৰং সেউজীয়া৷ শুভ সংখ্যা ১৷
বৃষ ঃ ৰাজহুৱা কর্মত থকাসকলে সহানুভূতি লাভৰ সংবাদ৷ শৰীৰ কিছু উন্নত৷ দুই–এটা কামত বাধাৰ কাৰকতা৷ শুভ ৰং হালধীয়া৷ শুভ সংখ্যা ২৷
মিথুন ঃ কর্মক্ষেত্রত শান্তিৰে কাম কৰিব পাৰিব৷ আর্থিকত ভালেই দেখা যায়৷ আয়ৰ ক্ষেত্রত অনুকূল৷ বিদ্যাত শুভাশুভ ফল৷ শুভ ৰং গেৰুৱা৷ শুভ সংখ্যা ৪৷
কর্কট ঃ চাকৰিয়াল ব্যক্তিসকলৰ বাবে শুভ দিন৷ কর্মত নতুন পৰিকল্পনাত উপকৃত হ’ব৷ ব্যয়ৰ মাত্রা বৃদ্ধি পাব৷ দাম্পত্যত শুভ৷ শুভ ৰং আকাশী নীলা৷ শুভ সংখ্যা ৮৷
সিংহ ঃ ব্যৱসায়ত লাভৰ কাৰকতা৷ সমাজসেৱীসকলৰ সন্মান বৃদ্ধিৰ কাৰক৷ উচ্চ বিষয়াৰ লগত শুভ যোগাযোগ বজাই থাকিব৷ শুভ ৰং নীলা৷ শুভ সংখ্যা ৫৷
কন্যা ঃ আর্থিক দিশত অর্থপ্রাপ্তিৰ সম্ভাৱনা৷ প্রযুক্তিবিদ আৰু কম্পিউটাৰ বিজ্ঞানীৰ সাফল্য উল্লেখযোগ্য৷ বন্ধুভাব দুর্বল৷ শুভ ৰং হালধীয়া৷ শুভ সংখ্যা ৯৷
তুলা ঃ উপার্জন আৰু সঞ্চয় বৃদ্ধিৰ শুভ যোগ৷ দেহভাব ভাল বুলি ক’ব পাৰি৷ অবাধ্য সন্তান–সন্ততিৰ ওপৰত কঠোৰ হ’ব পাৰে৷ প্রেমত বাধা৷ শুভ ৰং বগা৷ শুভ সংখ্যা ৭৷
বৃশ্চিক ঃ পুৰণা মামলা–মোকর্দমাৰ নিষ্পত্তি হ’ব পাৰে৷ বাধা–বিঘিনিৰ মাজেদি কর্মত সাফল্য৷ আয় বৃদ্ধিৰ বিকল্প চেষ্টাত সাফল্য৷ শুভ ৰং পাতল নীলা৷ শুভ সংখ্যা ৩৷
ধনু ঃ পৈতৃক সম্পত্তি লাভৰ ক্ষেত্রত বিলম্ব৷ অভিজ্ঞ ব্যক্তিৰ পৰামর্শত সংকট মুক্তি আৰু প্রয়োজনীয় ধনাগম৷ গৱেষকসকলৰ সাফল্য লাভ৷ ভ্রমণ কৰিব পাৰে৷ শুভ ৰং ৰঙা৷ শুভ সংখ্যা ১১৷
মকৰ ঃ বৈষয়িক অৱস্থাৰ স্বল্পাধিক উন্নতি সম্ভৱ৷ নতুন নিযুক্তিৰ বাবে দূৰ যাত্রা৷ শিল্পীসকলৰ প্রাপ্য সন্মান লাভে আনন্দৰ কাৰকতা৷ শুভ ৰং গেৰুৱা৷ শুভ সংখ্যা ১৷
কুম্ভ ঃ গুৰুজন ব্যক্তিক অৱজ্ঞা নকৰিব৷ সম্পত্তি ক্রয় যোগ, আর্থিক দিশত অসুবিধা পাব পাৰে৷ চিকিৎসকসকলৰ দায়িত্ব বৃদ্ধি পাব৷ শুভ ৰং কমলা৷ শুভ সংখ্যা ২৷
মীন ঃ অপ্রত্যাশিতভাৱে ধন লাভৰ যোগ আছে৷ কর্মসূত্রত ভ্রমণ যোগ৷ নতুন উৎসাহজনক খবৰে আনন্দিত কৰিব৷ শুভ ৰং বগা৷ শুভ সংখ্যা ৬৷

You might also like