নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ দিনটোৰ ৰাশিফল

মেষ: শত্রু কমিব৷ ঘৰুৱা কামত উন্নতি হ’ব৷ ব্যৱসায় লাভজনক৷ শৰীৰ অলপ কষ্ট অনুভৱ হ’ব৷ শুভ ৰং হালধীয়া৷ শুভ সংখ্যা ২৷
বৃষ: দক্ষতা আৰু সন্মান বৃদ্ধি৷ কর্মত উন্নতি৷ গোপন শত্রুৰ পৰা সাৱধান৷ শৰীৰ মধ্যম৷ বিদ্যাত শুভ৷ শুভ ৰং বগা৷ শুভ সংখ্যা ৭৷
মিথুন: ব্যয় অধিক৷ ঘৰুৱা সদস্যৰ পৰা অশান্তি হ’ব৷ ভ্রমণত কষ্ট৷ ক্ষোভ হতাশা আঁতৰিব৷ মেৰুণ শুভ ৰং৷ শুভ সংখ্যা ৪৷
কর্কট: কর্মস্থানত নতুন উদ্যমেৰে কাম কৰিব পাৰিব৷ বন্ধুবর্গৰ পৰা সাৱধান হওক৷ অযথা খৰচ নকৰিব৷ শুভ ৰং গুলপীয়া৷ শুভ সংখ্যা ৫৷
সিংহ: কর্মস্থানত মধ্যম৷ বন্যপ্রাণীৰ পৰা সাৱধান হওক৷ দাম্পত্য কিছু সমস্যা সন্মুখীন হ’ব পাৰে৷ সৰলতাৰ সুযোগ আনে ল’ব পাৰে৷ বগা শুভ ৰং৷ শুভ সংখ্যা ৩৷
কন্যা: নতুন কর্ম সংস্থাপনৰ বাট মুকলি হ’ব৷ গাড়ী–মাটি ক্রয় কৰিব পাৰিব৷ দাম্পত শুভ৷ উগ্র সাহস প্রদর্শন নকৰিব৷ হালধীয়া শুভ ৰং৷ শুভ সংখ্যা ৮৷
তুলা:  কর্ম আৰু আর্থিকত উন্নতি৷ ব্যস্ততা বৃদ্ধি৷ ব্যয় বৃদ্ধি৷ উৎসাহ–উদ্দীপনা বৃদ্ধি পাব৷ শিক্ষার্থীসকলৰ শুভ৷ গুলপীয়া শুভ ৰং৷ শুভ সংখ্যা ৯৷
বৃশ্চিক: কর্মস্থানত শুভ৷ প্রেমত শুভ৷ পাৰিবাৰিক শান্তি৷ বিদ্যাত মধ্যম৷ শৰীৰৰ প্রতি যত্ন লওক৷ বগা শুভ ৰং৷ শুভ সংখ্যা ৬৷
ধনু: চৰকাৰী চাকৰিয়ালৰ পদোন্নতিৰ যোগ৷ দুখীয়াক বস্ত্র অন্ন দান কৰিব৷ অন্ধবিশ্বাস মনত নাৰাখিব৷ উৎকণ্ঠা আঁতৰিব৷ গুলপীয়া শুভ ৰং৷ শুভ সংখ্যা ২৷
মকৰ: আর্থিক অসুবিধা হ’ব পাৰে৷ কর্মস্থানত উন্নতি৷ বিদ্যাত শুভ৷ ক’লা গৰুক ৰুটী খুৱাব৷ কমলা শুভ ৰং৷ শুভ সংখ্যা ৪৷
কুম্ভ: কর্ম মধ্যম যদিও কিছু সমস্যা থাকিব পাৰে৷ দাম্পত্য শুভ৷ আর্থিক সম্পত্তি হানি হ’ব পাৰে৷ মাটিয়া শুভ ৰং৷ শুভ সংখ্যা ৫৷
মীন: বিদ্যাত মধ্যম৷ শৰীৰ কিছু দুর্বল হ’ব পাৰে৷ মন্দিৰ দর্শনে অধিক লাভ হ’ব৷ প্রেমত বাধা৷ ৰঙা শুভ ৰং৷ শুভ সংখ্যা ১৷

You might also like