নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ দিনটোৰ ৰাশিফল

মেষ: পৰিৱেশ অস্থিৰ হ’ব পাৰে৷ নতুন সংযোগ পাব পাৰে৷ খৰচ বৃদ্ধি৷ বস্তু লাভৰ যোগ৷ ভ্রমণ শুভ৷ শুভ ৰং আকাশী নীলা৷ শুভ সংখ্যা ২৷
বৃষ: খৰচ বৃদ্ধি৷ শুভ কর্মৰ যোগ৷ শৰীৰ মধ্যম৷ খৰচ বৃদ্ধি কর্মক্ষেত্রত কিছু জটিলতাৰ সন্মুখীন হ’ব পাৰে৷ শুভ ৰং বেঙুনীয়া৷ শুভ সংখ্যা ৫৷
মিথুন: মাতৃৰ শুভ৷ শৰীৰ মধ্যম৷ সন্মান বৃদ্ধি৷ কর্মক্ষেত্রত শুভ৷ আয় বৃদ্ধি৷ শুভ ৰং মেৰুণ৷ শুভ সংখ্যা ৮৷
কর্কট: মনৰ দৃঢ়তা বৃদ্ধি৷ কর্মব্যস্ততা বৃদ্ধি৷ শত্রুৰ পৰা সাৱধান৷ শিৱ মন্দিৰত পূজা কৰক৷ দুখীয়াক বস্ত্র দান কৰক৷ শুভ ৰং মুগা৷ শুভ সংখ্যা ৪৷
সিংহ: কর্মত মধ্যম৷ নিজা সম্পদৰ ওপৰত নজৰ ৰাখক৷ বন্ধুৰ পৰা সতর্ক হওক৷ ভ্রমণত কষ্ট৷ পাৰিবাৰিক বুজাবুজিৰ অভাৱ৷ শুভ ৰং ৰঙা৷ শুভ সংখ্যা ৬৷
কন্যা: নিজৰ স্থিতি অটুট ৰাখিব৷ কর্মত মধ্যম৷ শৰীৰৰ যত্ন লওক৷ বন্ধুৰ পৰা উৎসাহ পাব৷ ভ্রমণত কষ্ট৷ শুভ ৰং পাতল নীলা৷ শুভ সংখ্যা ৩৷
তুলা: কর্মত শুভ৷ ধৈর্যৰ সুফল৷ বিদ্যাত শুভ৷ ভ্রমণত শুভ বিদ্যাৰ প্রতি যত্ন লওক৷ শুভ ৰং বগা৷ শুভ সংখ্যা ১৷
বৃশ্চিক: পদোন্নতিৰ যোগ৷ ধনৰ লালসা বৃদ্ধি৷ পিছবেলা যান–বাহনৰ পৰা সাৱধান হওক৷ অর্থ নাশ হ’ব পাৰে৷ শুভ ৰং হালধীয়া৷ শুভ সংখ্যা ৯৷
ধনু: কৃতিত্ব লাভৰ যোগ৷ শিল্পী, বিজ্ঞানী, ৰাজনীতিকৰ সন্মান বৃদ্ধি৷ বিদ্যা–বুদ্ধিত শুভ৷ শুভ ৰং মাখন৷ শুভ সংখ্যা চাৰি৷
মকৰ: আশা কৰা মতে সুফল পাব৷ আনে অতিষ্ঠ কৰিব পাৰে৷ ভ্রমণত শুভ৷ ধর্মগুৰু দর্শনে আনন্দিত কৰিব৷ ধনৰ চিন্তা বৃদ্ধি৷ শুভ ৰং বগা৷ শুভ সংখ্যা ৫৷
কুম্ভ: ধন আগমনৰ যোগ৷ শত্রু নাশ৷ জ্ঞানী লোকৰ পৰা উৎসাহ পাব৷ কর্মস্থানত মাধ্যম৷ বিদ্যাত শুভ৷ শুভ ৰং সেউজীয়া৷ শুভ সংখ্যা ৮৷
মীন: অর্থ লাভ৷ ভ্রমণত শুভ৷ সময় অপচয় নকৰিব৷ মানসিক স্থিতি দুর্বল৷ সম্পদ লাভ৷ শুভ ৰং মুগা৷ শুভ সংখ্যা ২৷

You might also like