নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ দিনটোৰ ৰাশিফল

মেষ: শৰীৰ সুস্থিৰ থাকিব৷ ভবামতে কাম কৰিব পাৰিব৷ আর্থিকত অভাৱ থাকিব পাৰে৷ শুভ ৰং গেৰুৱা৷ শুভ সংখ্যা ৫৷
বৃষ: মন চঞ্চল হ’ব৷ শিক্ষার্থীসকলৰ মনত আনন্দ আৰু আগ্রহ বাঢ়িব৷ প্রেমত শুভ৷ শুভ ৰং বেঙুনীয়া৷ শুভ সংখ্যা ২৷
মিথুন: পাৰিবাৰিক দিশত সুখ–শান্তি থাকিব৷ নতুন কর্মৰ সম্ভেদ পাব৷ বিবাহ প্রার্থীৰ বাবে সুখবৰ৷ শুভ ৰং বগা৷ শুভ সংখ্যা ৪৷
কর্কট: দিনটো শুভ যদিও ১২ বজাৰ পিছত অলপ অশান্তিৰ কাৰণ হ’ব পাৰে৷ শিৱৰ মন্ত্র জপ কৰিব৷ নীলা ৰঙৰ বস্ত্র পৰিধান কৰিব৷ শুভ সংখ্যা ১৷
সিংহ: বাধা–বিঘিনিৰ মাজেৰে কর্মত সাফল্য হ’ব পাৰিব৷ মনৰ অশান্তি, খং–ৰাগ বৃদ্ধি হ’ব৷ শুভ ৰং সেউজীয়া৷ শুভ সংখ্যা ৩৷
কন্যা: নিজকে অলপ সতর্ক কৰি ৰাখক৷ কিছুমান সিদ্ধান্তত খেলিমেলি হ’ব পাৰে৷ কর্মক্ষেত্রত সামান্য উন্নতি দেখা যায়৷ শুভ ৰং হালধীয়া৷ শুভ সংখ্যা ৮৷
তুলা: পাৰিবাৰিক আৰু প্রেমত শান্তি তথাপিও অলপ বাধা হ’ব পাৰে৷ বন্ধুবর্গৰ পৰা দূৰত থাকক৷ শুভ ৰং নীলা৷ শুভ সংখ্যা ৭৷
বৃশ্চিক: ব্যৱসায়ত মধ্যমীয়া৷ ভ্রমণত কষ্ট৷ ৰাজনীতি, সমাজ কর্মত জড়িতসকলক আকস্মিক সংবাদে আনন্দিত কৰিব৷ শুভ ৰং গুলপীয়া৷ শুভ সংখ্যা ৯৷
ধনু: মনত দুশ্চিন্তা আৰু অশান্তি বৃদ্ধি পাব৷ ভবা কথা আনৰ আগত প্রকাশ নকৰিব৷ দাম্পত্যত শুভ৷ শুভ ৰং গেৰুৱা৷ শুভ সংখ্যা ৫৷
মকৰ: শৰীৰটো আগতকৈ কিছু উন্নত হ’ব৷ পুৰণি ৰোগ আদিৰ পৰা মুক্ত হ’ব৷ নতুন সংবাদে আনন্দিত কৰিব৷ শুভ ৰং মেৰুন৷ শুভ সংখ্যা ৮৷
কুম্ভ: পুৰণা মামলা–মোকর্দমাৰ নিষ্পত্তি হ’ব পাৰে৷ বাধা– বিঘিনিৰ মাজেদি কর্মত সাফল্য৷ আয় বৃদ্ধিৰ বিকল্প চেষ্টাত সাফল্য৷ প্রেমত শুভ৷ শুভ ৰং সোণালী৷ শুভ সংখ্যা ১৷
মীন: মানসিক ক্ষেত্রত কিছু অশান্তি হ’ব পাৰে৷ বিবাহ প্রার্থীৰ বাবে সু–সংবাদ আহিব পাৰে৷ নতুন কর্মৰ সন্ধান পাব৷ শুভ ৰং ৰঙা৷ শুভ সংখ্যা ৩৷

You might also like