নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ‘ৰাইজৰ দল’

নিয়মীয়া বাৰ্তা, ২ অক্টোবৰঃ ৰাজ্যৰ ৰাজনীতিত নতুনকৈ আত্মপ্ৰকাশ কৰিছে এটা ৰাজনৈতিক দলে। কৃষক মুক্তি সংগ্ৰাম সমিতিৰ পৃষ্ঠপোষকতাত গঠিত হৈছে এই দলটো। কৃষক মুক্তিয়েই নহয় ৰাজ্যৰ ৭০ জনগোষ্ঠী সন্মিলিত হৈ এই দল গঠন কৰিছে। আছুৰ AJPৰ পাছত ৰাইজৰ দলৰ অসমৰ ৰাজনৈতিক ক্ষেত্ৰত নতুন সংযোজন।

বিশিষ্ট চলচিত্ৰ নিৰ্মাতা জাহ্নু বৰুৱাকে ধৰি বহু লোক উপস্থিত আছিল এই অনুষ্ঠানত। জাতি-ধৰ্ম-নিৰ্বিশেষে এই দলে ৰাইজৰ স্বাৰ্থত কাম কৰি যাব বুলি মন্তব্য কৰে দলটোৰ নেতা-কৰ্মীয়ে। অখিল গগৈৰ নেতৃত্বত থাকিব ৰাইজৰ দল।

 

You might also like