পল্টনবজাৰৰ এখন লজত বাংলাদেশীক কৰায়ত্ত ৰাইজৰ
- পল্টনবজাৰৰ ববী লজত দুজন বাংলাদেশীক কৰায়ত্ত ৰাইজৰ।
- বৈধ নথি অবিহনে দুয়ো ভাৰতত প্ৰৱেশ কৰিছিল।
- হৃদয় ডেকা নামৰ দালালৰ জৰিয়তে ভাৰতত প্ৰৱেশৰ কথা স্বীকাৰ ধৃত দুই বাংলাদেশীৰ।
- পল্টনবজাৰৰ ববী লজত বাংলাদেশী দুজনক কৰায়ত্ত ৰাইজৰ
- বৈধ নথি অবিহনে ভাৰতত প্ৰৱেশ কৰিছিল বাংলাদেশীকেইগৰাকীয়ে।
- ইতিমধ্যে সৰ্বমুঠ ১০জন বালাংদেশীক আটক কৰিছে আৰক্ষীয়ে।
- হোটেলখনৰ ১২১; ১২৩; ১২৪ নম্বৰৰ কোঠাত আছিল বাংলাদেশীকেইজন।
- বৰ্তমান পল্টন বজাৰ আৰক্ষীয়ে হোটেলখনত অভিযান চলাই আছে।
ডিজিটেল ডেস্ক, ২৪ জুন