- দুৰ্নীতিগ্ৰস্ত BDO-ৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী তদাৰকী কোষৰ অভিযান।
- প্ৰাক্তন BDO অজয় সিনহাৰ বিৰুদ্ধে বিশ্বনাথত চলিছে অভিযান।
- আয়বহিৰ্ভূত সম্পত্তিৰ গোচৰত এই অভিযান মুখ্যমন্ত্ৰী তদাৰকী কোষৰ।
- ১১/২৬ নম্বৰত গোচৰ ৰুজু কৰি অভিযান চলাইছে এটা দলে।
- ২০২৬ চনৰ বিধানসভা নিৰ্বাচনত বিহালী সমষ্টিৰ পৰা নিৰ্দলীয় প্ৰতিদ্বন্দ্বিতা কৰিছিল প্ৰাক্তন বিডিঅগৰাকীয়ে।
- এই সন্দৰ্ভত মুখ্যমন্ত্ৰী তদাৰকী কোষে সাংবাদিকক কোনো ধৰনৰ মন্তব্য কৰা নাই।
- বিশ্বনাথ জিলাৰ বিভিন্ন স্থানত কেইবাটাও ঘৰ তথা সম্পত্তিৰ পাহাৰ গঢ়া বুলি জানিব পৰা গৈছে।
ডিজিটেল ডেস্ক, ২৪ জুন