শিৱসাগৰ-ৰ বগীদল পাঁচআলিত ডাম্পাৰৰ দৌৰাত্ম্য, নিহত এক
- শিৱসাগৰ বগীদল পাঁচআলিত ডাম্পাৰৰ দৌৰাত্ম্য।
- পুৱাই ডাম্পাৰৰ খুন্দাত নিহত এজন।
- ব্যক্তিজনৰ নাম জমিৰতদ্দিন আহমেদ।
- এছ এছ ০৬ বি চি ১২২৬ নম্বৰৰ ডাম্পাৰৰ খুন্দাত নিহত ব্যক্তিজন।
- চাইকেল চলাই গৈ থাকোঁতেই ডাম্পাৰখনে খুন্দা মৰাত থিতাণে নিহত হয় জমিৰতদ্দিন আহমেদ
ডিজিটেল ডেস্ক, ৯ জানুৱাৰী