নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটীত ভোটাধিকাৰ সাব্যস্ত কৰিলে পাপনে; বিহু মঞ্চত অনুষ্ঠানক লৈ কি ক’লে কণ্ঠশিল্পীগৰাকীয়ে…

নিয়মীয়া বাৰ্তা , ৬ এপ্ৰিলঃ “প্ৰতিবাৰেই মই ভোট দি আহিছো। কিন্তু এইবাৰ অলপ অহাটো টান আছিল। কিয়নো মই বহু দিনৰ পৰা গোৱাত আছিলো। তাত পুনৰ ক’ভিডৰ সংক্ৰমণ বৃদ্ধি ঘটিছে। কিন্তু ভোটাধিকাৰ আমাৰ গণতান্ত্ৰিক অধিকাৰ, গতিকে আজি ভোট দিলো।”– গুৱাহাটীত ভোটাধিকাৰ সাব্যস্ত কৰি এইদৰে ক’লে পাপনে।

ইপিনে পাপনক এইবাৰ বিহু মঞ্চত দেখা যাব নাই বুলি সোধা প্ৰশ্নত তেওঁ কয় যে যদি বিহু হয় তেন্তে তেওঁ অনুষ্ঠান নিশ্চিতভাৱে কৰিব।

সৱিশেষ চাওক ভিডিঅ’-

You might also like