নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অমিত শ্বাহ আৰু যোগী আদিত্যনাথক হত্যাৰ ভাবুকি; চিআৰপিএফ কৰিলে প্ৰকাশ

নিয়মীয়া বাৰ্তা, ৬ এপ্ৰিলঃ উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ আৰু দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহক হত্যাৰ ভাবুকি। ভয়ংকৰ আক্ৰমণৰ জৰিয়তে দুয়োগৰাকীক হত্যাৰ ভাবুকি প্ৰদান কৰি মুম্বাইস্থিত কেন্দ্ৰীয় ৰিজাৰ্ভ আৰক্ষী বাহিনীলৈ (চিআৰপিএফ) আহিছে বিশেষ মেইল।

উল্লেখ্য যে ইয়াৰ পূৰ্বেও অমিত শ্বাহ আৰু যোগী আদিত্যনাথক মৃত্যুৰ ভাবুকি পাইছিল। গণতন্ত্ৰ দিৱসত অমিত শ্বাহ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকে ধৰি কেইবাজনো নেতাক মৃত্যুৰ ভাবুকি লাভ কৰিছিল।

You might also like