বিশেষ বাৰ্তা, ১৬ আগষ্টঃ অসমৰ সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াই আজি এক নতুন মাত্ৰা লাভ কৰিলে। কিয়নো দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে আজি স্বাক্ষৰ কৰে ভাৰতৰ নিৰ্বাচন আয়োগে জাৰি কৰা অসমৰ সমষ্টি পুনৰ্নিৰ্ধাৰণৰ অধিসূচনাত। সেই হেতু এখোপ আগুৱালে এই প্ৰক্ৰিয়া।
Next Post
You might also like