নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৬ নৱেম্বৰত তৃতীয়বৰ্গৰ লিখিত পৰীক্ষাৰ ফলাফল ঘোষণা

নিয়মীয়া বাৰ্তা, ৪ নৱেম্বৰঃ
🔴ভাল খবৰ।
🔴নিযুক্তিৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ অব্যাহত প্ৰতিশ্ৰুতি।
🔴৬ নৱেম্বৰত তৃতীয়বৰ্গৰ লিখিত পৰীক্ষাৰ ঘোষণা হব ফলাফল।
🔴মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সদৰী কৰিলে এই কথা।
🔴ৰাজ্যিক পৰ্যায়ৰ নিযুক্তি আয়োগে ঘোষণা কৰিব ফলাফল।
🔴আজি টুইটযোগে সদৰী কৰে এই কথা।

You might also like