নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজ্যৰ কৰ্মচাৰীলৈ সুখবৰ, ১জুলাইত মুকলি কৰা হ’ব জুন মাহৰ দৰমহা

নিয়মীয়া বাৰ্তা, ১জুলাইঃ ৰাজ্যৰ কৰ্মচাৰীলৈ সুখবৰ। ক’ৰোনাই ৰাজ্যখনত অৰ্থনৈতিকভাৱে জুৰুলা কৰাৰ সময়তে ১ জুলাইত মুকলি কৰি দিয়া হ’ব জুন মাহৰ দৰমহা। অৰ্থনৈতিক প্ৰত্যাহ্বানৰ মাজতে এই সিদ্ধান্ত ৰাজ্য চৰকাৰৰ। টুইটযোগে জনালে বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। অৰ্থনৈতিক ভাৱে জুৰুলা হোৱাৰ পাচতো  কৰ্মচাৰীসকলক সকলোধৰণৰ সকাহ দিব বুলিও মন্তব্য় কৰে মন্ত্ৰীগৰাকীয়ে

You might also like