নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

APSCৰ বিতৰ্কিত প্ৰাক্তন অধ্যক্ষ ৰাকেশ পালৰ সম্পত্তি বাজেয়াপ্ত

নিয়মীয়া বাৰ্তা, ১ জুলাইঃ APSCৰ বিতৰ্কিত প্ৰাক্তন অধ্যক্ষ ৰাকেশ পালৰ সম্পত্তি বাজেয়াপ্ত। ধনৰ লেনদেন কৰি চাকৰি বেচাৰ অভিযোগত সম্প্ৰতি কাৰাগাৰত থকা পালৰ ১ কোটি ৩০লাখ টকাৰ সম্পত্তি জব্দ। লগতে মহানগৰীত দুটাকৈ ফ্লেট ব্য়ৱসায়িক প্ৰতিষ্ঠান বাজেয়াপ্ত। লগতে বাসগৃহৰ পৰা ১০ লাখকৈ টকা জব্দ কৰে ED-এ।

ইতিমধ্য়ে বিতৰ্কিত প্ৰাক্তন অধ্যক্ষগৰাকীৰ পূৰ্বেও বহু পৰিমাণৰ সম্পত্তি জব্দ কৰা হৈছিল।

 

You might also like