নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ দিনটোৰ ৰাশিফল

আজি ২৮ ফেব্রুৱাৰী, ফাগুন মাহৰ ১৫ তাৰিখ
বুধবাৰ : তিথি– কৃষ্ণা চতুর্থী, নক্ষত্র : চিত্রা, যাত্রা : নাই

মেষ : নতুন সংবাদে আনন্দ দিব৷ সম্পদ লাভ৷ আনৰ পৰা সহায় পাব৷ আৱেগ বর্জন কৰক৷ শুভ সংখ্যা ২৷ শুভ ৰং নীলা৷
বৃষ : কর্মত উদাৰতা থাকিব৷ সম্পদ লাভ, প্রেমত শুভ৷ আত্মচিন্তা বৃদ্ধি পাব৷ নতুন কর্মসংস্থাপনৰ যোগ৷ শুভ ৰং সোণালী৷ শুভ সংখ্যা ৫৷
মিথুন : বিদ্যা–বুদ্ধিত শুভ৷ খং কমাওক৷ শাৰীৰিক আৰু মানসিক শ্রম বৃদ্ধি৷ হনুমানক পূজা কৰক৷ শুভ সংখ্যা ৮৷ শুভ ৰং মাখন৷
কর্কট : কর্মত উন্নতিৰ যোগ৷ সততাৰ পৰিচয় দিব পাৰিব৷ দুখীয়াক অন্ন দান কৰিব৷ শুভ ৰং সেউজীয়া৷ শুভ সংখ্যা ৪৷
সিংহ : কর্মত পদোন্নতিৰ যোগ৷ গোপন শুত্রু বৃদ্ধি৷ ক্রীড়াৰ লগত জড়িত ব্যক্তিৰ উন্নতি৷ খৰচ বৃদ্ধি৷ শুভ ৰং পাতল গুলপীয়া৷ শুভ সংখ্যা ৬৷
কন্যা : শিং থকা জন্তুৰ পৰা সাৱধান হওক৷ বদহজম হ’ব পাৰে৷ গোপন শত্রুৰ পৰা সাৱধান৷ কর্মত মধ্যম৷ শুভ ৰং হালধীয়া৷ শুভ সংখ্যা ৫৷
তুলা : কর্মতৎপৰতা বৃদ্ধি৷ পশ্চিম দিশত ভ্রমণ কৰিলে লাভৱান হ’ব৷ প্রতিযোগিতামূলক পৰীক্ষাত উন্নতি৷ শুভ ৰং মেৰুন৷ শুভ সংখ্যা ৪৷
বৃশ্চিক : বৃক্ক ৰোগত কষ্ট হ’ব পাৰে৷ কর্মত উৎসাহ–উদ্দীপনা বৃদ্ধি৷ সামাজিক কামত নিষ্ঠা বৃদ্ধি৷ শুভ ৰং আকাশী৷ শুভ সংখ্যা ২৷
ধনু : গজাননক স্মৰণ কৰক৷ কামৰ ব্যস্ততা বৃদ্ধি পাব৷ ঘৰুৱা শত্রু বৃদ্ধি৷ শুভ ৰং কমলা৷ শুভ সংখ্যা ৮৷
মকৰ : কর্মত নিষ্ঠা থাকিব৷ মানসিক অশান্তি হ’ব পাৰে৷ বিবাহৰ যোগ৷ আয়–ব্যয় সমানে চলিব৷ শুভ ৰং ৰঙা৷ শুভ সংখ্যা ৩৷
কুম্ভ : কর্মত অগ্রগতি বৃদ্ধি৷ ফুৰা–চকাত সাৱধান হওক৷ খৰচ বৃদ্ধি৷ মাতৃৰ শুভ৷ শুভ ৰং মেৰুন৷ শুভ সংখ্যা ১৷
মীন : আশাবাদী চিন্তাত ব্রতী হ’ব৷ কর্মত উন্নতি৷ সন্মান বৃদ্ধি৷ শুভ ৰং আকাশী৷ শুভ সংখ্যা ৬৷

You might also like