আজি ১ মার্চ, ফাগুন মাহৰ ১৬ তাৰিখ
শনিবাৰ : তিথি–শুক্লা ত্রয়োদশী, নক্ষত্র : পুষ্যা, যাত্রা : শুভ
মেষ : বিদ্যাত শুভ৷ মানসিক শান্তি৷ মামলা–মোকর্দমাত জয়লাভ৷ শৈশৱৰ স্মৃতি ৰোমন্থন৷ ভ্রমণত শুভ৷ বগা শুভ ৰং৷ শুভ সংখ্যা ২৷
বৃষ : কর্মস্থানত ব্যস্ততা বৃদ্ধি৷ শিৱ মন্দিৰ দর্শনত শুভ হ’ব৷ পূবে দূৰ ভ্রমণ নকৰিব৷ বন্ধুবর্গৰ পৰা সাৱধান৷ শুভ ৰং মুগা৷ শুভ সংখ্যা ৬৷
মিথুন : কর্ম–বিদ্যাত শুভ৷ বন্ধুবর্গৰ পৰা উপকৃত হ’ব৷ সা–সম্পত্তি লাভ কৰিব পাৰে৷ পাৰিবাৰিক মধ্যম৷ পাতল নীলা ৰং শুভ৷ শুভ সংখ্যা ৮৷
কর্কট : প্রভাৱশালী লোকৰ সহযোগিতা পাব৷ দুঃসাহসিক কামত আনৰ উৎসাহ পাব৷ কর্মস্থানত নিজৰ স্থিতি বজাই ৰাখক৷ ব্যয় বৃদ্ধি৷ বগা শুভ ৰং৷ শুভ সংখ্যা ২৷
সিংহ : আর্থিক বিষয়ত চিন্তা থাকিব৷ স্বাস্থ্য মধ্যম৷ কর্মস্থানত উন্নতি৷ নিৰামিষ খাওক৷ শুভ ৰং হালধীয়া৷ শুভ সংখ্যা ৬৷
কন্যা : কর্মক্ষেত্রত সচেতন হওক৷ শিৱ মন্দিৰ দর্শন কৰক৷ নিষ্ঠা আৰু সততা বৃদ্ধি৷ অর্থ লাভ৷ ক্রীম ৰং ব্যৱহাৰ কৰক৷ শুভ সংখ্যা ৩৷
তুলা : কর্মত বিচক্ষণতা প্রকাশ পাব৷ বেলগছত পানী দিয়ক৷ জুইৰ পৰা সাৱধান৷ শুভ ৰং মাখন৷ শুভ সংখ্যা ৮৷
বৃশ্চিক : বিদ্যাত শুভ৷ কর্মস্থানত মধ্যম৷ অবাবত ধন খৰচ হ’ব পাৰে৷ স্বাস্থ্য কিছু দুর্বল৷ নিচাজাতীয় দ্রব্য সেৱন নকৰিব৷ সোণালী শুভ ৰং৷ শুভ সংখ্যা ২৷
ধনু : খৰচ বৃদ্ধি৷ কর্মক্ষেত্রত মধ্যম৷ আত্ম অহংকাৰ বৃদ্ধি৷ পদোন্নতিৰ যোগ৷ ভ্রমণত কষ্ট৷ শুভ ৰং মুগা৷ শুভ সংখ্যা ৭৷
মকৰ : কর্মব্যস্ততা বৃদ্ধি৷ ব্যৱসায়ী, ৰাজনৈতিক ক্ষেত্রত জড়িত লোকৰ সা–সন্মান বৃদ্ধি৷ আপোনাৰ সৰলতাৰ সুযোগ আনে ল’ব পাৰে৷ শিৱক স্মৰণ কৰক৷ শুভ ৰং নীলা৷ শুভ সংখ্যা ৫৷
কুম্ভ : কর্মত উন্নতি৷ স্বাস্থ্যৰ প্রতি যত্ন লওক৷ প্রেমত কষ্ট৷ হঠাৎ অর্থ লাভে আনন্দিত কৰিব৷ শুভ ৰং বগা৷ শুভ সংখ্যা ৯৷
মীন : ব্যৱসায়ত শুভ৷ উন্নতিৰ যোগ৷ ভ্রমণত মধ্যম৷ কোনো ব্রাহ্মণক দান কৰিব৷ বগা ৰং শুভ৷ ১ শুভ সংখ্যা৷