হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৰাজ্যৰ ভিতৰতে শীৰ্ষ ১০ স্থান দখল কৰাসকল-
প্ৰথম দহটা স্থানত উজলিল ৪২ গৰাকী
নিয়মীয়া বাৰ্তা, ৬ জুনঃ ঘোষণা কৰা হ’ল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ৷ প্ৰথম দহটা স্থানত উজলিল ৪২ গৰাকী । ৰাজ্যৰ শীৰ্ষ দহটা স্থান দখল কৰা ছাত্ৰ-ছাত্ৰীসকল –
প্ৰথম স্থান-
ধৃতিৰাজ বাস্তৱ কলিতা (৫৯৫), পদুম পুখুৰী হাইস্কুল, দৰং
দ্বিতীয় স্থান-
অলংকৃতা গৌতম বৰুৱা (৫৯৪), ছল্ট ব্ৰুক স্কুল, ডিব্ৰুগড়
তৃতীয় স্থান-
দেবিস্মা প্ৰিয়া বৰা (৫৯১), জ্ঞানজ্যোতি একাডেমী, নাৰায়ণপুৰ, লখিমপুৰ
জ্যোতিস্মান দেৱ শৰ্মা (৫৯১), শংকৰদেৱ শিশু বিদ্যা নিকেতন, বৰভাগ, নলবাৰী
চাকি জি বাল্টন (৫৯১), ছেইণ্ট মেৰিজ এইচ এছ স্কুল, গুৱাহাটী
চতুৰ্থ স্থান –
নমস্য ডেকা (৫৯০), লিটিল ফ্লাৱাৰ স্কুল, নলবাৰী
হিয়াশ্ৰী শৰ্মা (৫৯০), দক্ষিণ গুৱাহাটী জাতীয় বিদ্যালয়
পঞ্চম স্থান –
মানস উত্তম নেওগ (৫৮৯), নীলমণি আদৰ্শ জাতীয় বিদ্যালয়, ডিব্ৰুগড়
অংকুৰজ্যোতি বেজবৰুৱা (৫৮৯), উদয়ন শান্তি নিকেতন, বেজেৰা
হীৰকজ্যোতি বৈশ্য (৫৮৯), কৰিয়া হায়াৰ ছেকেণ্ডাৰী স্কুল, নলবাৰী
ষষ্ঠ স্থান –
হৰ্ষ বৰ্ধন মহেশ্বৰী (৫৮৮), মাৰিয়া হাইস্কুল, বৰপেটা
হৰিদ্ৰা বৰা (৫৮৮), ছেক্ৰেট হাৰ্ট হাইস্কুল, গোলাঘাট
ৰণোজজ্যোতি বৰুৱা (৫৮৮), জ্ঞানজ্যোতি একাডেমী, নাৰায়ণপুৰ, লখিমপুৰ
হিমাশ্ৰী বৰুৱা (৫৮৮), ফুলেশ্বৰী গাৰ্লছ এইচ এছ স্কুল, শিৱসাগৰ
সপ্তম স্থান –
অভিলাষা দত্ত (৫৮৭), ছেইণ্ট মেৰিজ হাইস্কুল, উত্তৰ লখিমপুৰ
ঝলক জালান (৫৮৭), ছেইণ্ট এণ্টনীজ ইংলিছ স্কুল, নগাঁও
অষ্টম স্থান –
আনিশা ৰয় (৫৮৬), হলী ক্ৰছ এইচ এছ স্কুল, কাছাৰ
নিখিলেশ দত্ত (৫৮৬), শংকৰদেৱ বিদ্যা নিকেতন, ৰামদিয়া, কামৰূপ
ছিমৰন বৰা (৫৮৬), ব্ৰুকফিল্ড স্কুল, লখিমপুৰ
অন্তৰীক্ষ হাজৰিকা (৫৮৬), নামতি চাৰিআলি জাতীয় বিদ্যা নিকেতন, শিৱসাগৰ
অন্বেষা চাংকাকতি (৫৮৬), ডনবস্কো হাইস্কুল, ডুমডুমা
নৱম স্থান –