নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অপপ আৰু বিজেপিৰ কোনে কোনে পাব টিকট?

নিয়মীয়া বাৰ্তা, ৪ মাৰ্চঃ আগন্তুক নিৰ্বাচনক লৈ ৰাজনৈতিক প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ ভিৰ পৰিলক্ষিত হৈছিল। সেই অনুযায়ী কিছু পূৰ্বৰ প্ৰাৰ্থীয়ে দলীয় টিকট নাপালে যদিও এইসকল প্ৰাৰ্থীয়ে টিকট পোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছে বাতৰি সংস্থা নিউজ লাইভে। সংস্থাটোৰ প্ৰতিবেদনত প্ৰকাশ পোৱা মতে এইসকল প্ৰাৰ্থীয়ে পাব পাৰে প্ৰাৰ্থিত্ব।

কোনে পাব টিকট

ঢেকীয়াজুলি সমষ্টিৰ অশোক সিংহাল

ৰঙাপৰা সমষ্টিৰ দিগন্ত ঘাটোৱাৰ
চতিয়া সমষ্টিৰ পদ্ম হাজৰিকা
বিশ্বনাথ সমষ্টিৰ প্ৰমোদ বৰঠাকুৰ
বিহালী সমষ্টিৰ ৰঞ্জিত দত্ত
গহপুৰ সমষ্টিৰ উতপল বৰা
বটদ্ৰৱা সমষ্টিৰ আঙুৰলতা
কলিয়াবৰ সমষ্টিৰ কেশৱ মহন্ত
বোকাখাত সমষ্টিৰ অতুল বৰা
গোলাঘাট সমষ্টিৰ অজন্তা নেওগ
খুমটাই সমষ্টিৰ মৃণাল শইকীয়া
দেৰগাওঁ সমষ্টিৰ ভৱেন ভৰালী
যোৰহাট সমষ্টিৰ হিতেন্দ্ৰ নাথ গোস্বামী
মাজুলী সমষ্টিৰ সৰ্বানন্দ সোণোৱাল
আমগুৰি সমষ্টিৰ প্ৰদীপ হাজৰিকা
নাজিৰা সমষ্টিৰ ময়ূৰ বৰগোহাঁই
মাহমৰা সমষ্টিৰ যোগেন মোহন
থাওৰা সমষ্টিৰ কুশল দুৱৰী
ঢকুৱাখনা সমষ্টিৰ নৱকুমাৰ দলে
জোনাই সমষ্টিৰ ভুবন পেগু
মৰাণ সমষ্টিৰ চক্ৰধৰ গগৈ
ডিব্ৰুগড় সমষ্টিৰ প্ৰশান্ত ফুকন
লাহোৱাল সমষ্টিৰ বিনোদ হাজৰিকা
দুলীয়াজান সমষ্টিৰ তেৰছ গোৱালা
টিংখাং সমষ্টিৰ বিমল বৰা
নাহৰকটীয়া সমষ্টিৰ তৰংগ গগৈ
চাবুৱা সমষ্টিৰ পোনাকণ বৰুৱা
তিনিচুকীয়া সমষ্টিৰ সঞ্জয় কিষাণ
মাৰ্ঘেৰিটা সমষ্টিৰ ভাস্কৰ শৰ্মা
ডুমডুমা সমষ্টিৰ অৰুণজ্যোতি মৰাণ
শদিয়া সমষ্টিৰ বলিন চেতিয়া

You might also like