নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিজেপিৰ কোন কোন প্ৰাৰ্থীয়ে নাপায় টিকট…

নিয়মীয়া বাৰ্তা, ৪ মাৰ্চঃ আগন্তুক নিৰ্বাচনক লৈ ৰাজনৈতিক প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ ভিৰ পৰিলক্ষিত হৈছিল। সেই অনুযায়ী কিছু পূৰ্বৰ প্ৰাৰ্থীয়ে নাপাব দলীয় টিকট। নিউজ লাইভৰ এক প্ৰতিবেদনত প্ৰকাশ পোৱা মতে কিছু প্ৰাৰ্থীয়ে প্ৰাৰ্থিত্ব নোপোৱাৰ সম্ভাৱনা ব্যক্ত কৰা হৈছে, সেই অনুযায়ী এইসকল প্ৰাৰ্থীয়ে নাপাব টিকট।

বিজেপিৰ কোনে এইবাৰ নাপায় টিকট

ডিফু সমষ্টিৰ  চুম ৰংহাং
সোণাৰি সমষ্টিৰ  নৱনীতা সন্দিকৈ
বৰচলা সমষ্টিৰ  গণেশ লিম্বু
লাহোৱাল সমষ্টিৰ  ঋতুপৰ্ণ বৰুৱা
বৰখলা সমষ্টিৰ  কিশোৰ নাথ
উদৰবন্দ সমষ্টিৰ  মিহিৰ কান্তি চোম
কাটিগঢ়া সমষ্টিৰ  অমৰ চান্দ জৈন
শিলচৰ সমষ্টিৰ  দিলীপ পাল
লামডিং সমষ্টিৰ  শিৱু মিশ্ৰ
নলবাৰী সমষ্টিৰ  অশোক শৰ্মা

You might also like