শিৱসাগৰ ভটীয়াপাৰৰ গেছ নিৰ্গত কাণ্ডৰ শ্বাসৰুদ্ধ ঘটনাৰ অৱসান
অ এন জি চিৰ ৰুদ্ৰসাগৰ তৈলক্ষেত্ৰৰ অৰ্ন্তগত ভটীয়াপাৰ বাৰীচুকৰ তৈলখাদ ১৪৭(এ) ৰ এছ কে পেট্ৰৰ ১৩৫ ভি আইৰ ৱৰ্ক অভাৰ ৰীগত যোৱা ১২ জুন তাৰিখে সংঘটিত গেছ নিৰ্গত শ্বাসৰূদ্ধ কাহিনীৰ আজি অৱসান ঘটে।
অ এন জি ছিৰ ক্ৰাইচিচ মেনেজমেন্ট দলৰ কাৰিকৰী…