কাইলৈ মুখ্যমন্ত্রী ড০ শর্মাৰ মন্ত্রীসভাৰ সম্প্ৰসাৰণ, সম্ভাব্য তালিকাত কোন কোন ?
ডিজিটেল ডেস্ক, ৪ জুন : প্রতীক্ষাৰ অন্ত পেলাই কাইলৈ (৫ জুন) সম্প্রসাৰণ ঘটিব মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ মন্ত্রীসভাৰ৷ কেন্দ্রীয় নেতৃত্বৰ পৰা মন্ত্রিত্বৰ তালিকা চূড়ান্ত কৰি ইতিমধ্যে গুৱাহাটীত উপস্থিত হোৱা মুখ্যমন্ত্রী ড০ শর্মাই অৱশ্যে…