বায়ুসেনাৰ গ্রুপ কেপ্টেইনৰ পৰা মহাকাশচাৰীলৈ সুভাংশু শুক্লাৰ ৰোমাঞ্চকৰ যাত্রা
🔹 ভাৰতৰ দ্বিতীয় মহাকাশচাৰীৰ জীৱনপঞ্জী
🔹 কার্গিল যুদ্ধৰ পৰা অনুপ্রেৰণা পাইছিল শুক্লাই
নিউজ ডেস্ক, ২৬ জুন : দ্বিতীয়গৰাকী ভাৰতীয় মহাকাশচাৰী তথা আন্তর্জাতিক মহাকাশ কেন্দ্র (আইএছএছ)লৈ যোৱা প্রথমগৰাকী ভাৰতীয় মহাকাশচাৰী গ্রুপ কেপ্টেইন সুভাংশু…