নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৃত্যুমুখী ‘পাভ’লৈ উভতিল সেউজ শোভা

ডিজিটেল ডেস্ক, নাওবৈচা, ৪ জুন : ৰাণী ভিক্টোৰিয়াই স্বীকৃতি প্রদান কৰা বনৰীয়া ম’হৰ বাবে বিখ্যাত তথা উত্তৰ অসমবাসীৰ গৌৰৱ পাভ অভয়াৰণ্যই এদিন তিলতিলকৈ মৃত্যুৰ ক্ষণ গণিছিল৷ জীৱশ্রেষ্ঠ মানৱ সভ্যতাৰ গ্রাসত পৰিছিল পাভ৷ জৈৱ–বৈচিত্র্যৰে ভৰপূৰ পাভই…

সম্পাদকীয় : পৃথিৱী ৰক্ষাৰ প্রথম শাৰীৰ যোদ্ধা হোৱা

জেঠ মাহৰ পুৱা বিছনাখন এৰিয়ে আকাশলৈ চালে দেখিব এখন ধূসৰ আকাশ, অনুভৱ কৰিব এজাক গৰম বতাহ৷ এয়াই দিনটোৰ আৰম্ভণি৷ লাহে লাহে উষ্ণতা বাঢ়ি আহে৷ এই উষ্ণতাৰ পৰা ৰক্ষা পাবলৈকে মানুহে ফেন, এচি ব্যৱহাৰ কৰে৷ পৰিস্থিতি এনে হৈছে যে এচি অবিহনে মানুহে থাকিব…

৪ জুন : আজিৰ দিনটোৰ ৰাশিফল

আজি ৪ জুন, জেঠ মাহৰ ২০ তাৰিখ বৃহস্পতিবাৰ : তিথি–কৃষ্ণা চতুর্থী, নক্ষত্র : চিত্রা, যাত্রা : নাই মেষ : যুক্তিসংগত কথাৰ বাবে আপুনি কিছু কষ্ট অনুভৱ কৰিব৷ কোনো কথাৰ পৰিৱেশত অনাহক চিন্তিত হ’ব পাৰে৷ ঘৰুৱাত বাধা কম৷ হঠাৎ ব্যস্ততা বৃদ্ধি৷ শুভ ৰং…

বিধায়ক নাৰায়ণ ডেকাক ঘোৰাথাল সূৰ্য বটা প্ৰদান কেশৱ-কলা ন্যাসৰ

১ জুনত বৰক্ষেত্ৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত ঘোৰাথাল গাঁৱত এটি গাম্ভীৰ্য্যপূৰ্ণ অনুষ্ঠানত বৰক্ষেত্ৰী সমষ্টিৰ নৱনিৰ্বাচিত বিধায়ক নাৰায়ণ ডেকাক ঘোৰাথাল সূৰ্য্য বঁটা প্ৰদান কৰা হয়। বিধায়ক ডেকাৰ যোৱা কেইটা মান বছৰত ঘোৰাথাল গাঁৱত কৰা সমাজ…

আইচিইউত মৃদুমুদ্ৰা ডেকা, অস্ত্ৰোপচাৰৰ পিছতো সম্পূৰ্ণ বিপদমুক্ত নহয়

নলবাৰীৰ চাঞ্চল্যকৰ ঘটনাত আক্ৰমণৰ বলি হোৱা মৃদুমুদ্ৰা ডেকাৰ শৰীৰত মুঠ ৭টাকৈ আঘাতৰ চিহ্ন পোৱা গৈছে। এই আক্ৰমণত তেওঁৰ জেঠীয়েকৰ লৰা তথা ভাতৃ চামতাৰ মাধুৰ্য বৰ্মনৰ মৃত্যু হৈছিল। বৰ্তমান ১৭ বছৰীয়া মৃদুমুদ্ৰা ডেকা গুৱাহাটী চিকিৎসা মহাবিদ্যালয়…

এইখন অসমৰে উন্নয়নে ঢুকি নোপোৱা এখন গাঁও, যাতায়াতত বিড়ম্বনা

স্বাধীনতাৰ ৭ দশকৰ পাছতো উন্নয়নে ঢুকি পোৱা নাই নৱগঠিত বকো-ছয়গাঁও সমষ্টিৰ ৩৯নং পশ্চিম বেকেলী গাঁও পঞ্চায়তৰ অন্তৰ্গত ১নং উত্তৰ ছেখাদাৰী গাঁওখন ৷ গাঁৱত প্ৰৱেশৰ মুঠ তিনিটা পথৰ এটাও পকীকৰণ নোহোৱাত বছৰ বছৰ ধৰি যাতায়াতৰ ক্ষেত্ৰত জীয়াতু ভূগি আছে…

কলগাছিয়াত ৰাইজৰ ৰোষত ড্ৰাগছ আসক্ত যুৱক

কলগাছিয়াৰ বলাইপাথাৰত ৰাইজৰ ৰোষত ড্ৰাগছ আসক্ত যুৱক। ৰাইজে ড্ৰাগছসহ আটক কৰি গতালে কলগাছিয়া আৰক্ষীক। কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত বলাইপাথাৰ গাঁৱত ড্ৰাগছসহ হাতে লোটে আটক কৰা হয় বলাইপাথাৰ গাঁৱৰ যুৱক শৰিফুল ইছলামক। উল্লেখ্য যে বলাইপাথাৰ গাঁৱৰ…

এটা উন্নয়ন খণ্ডৰ কাৰ্যালয় এয়া… পিছে বিষয়া-কৰ্মচাৰীৰ উপস্থিতি শূন্য

মানকাচৰৰ দক্ষিণ পাৰৰ নস্কৰা জামাদাৰহাট উন্নয়ন খণ্ডৰ কাৰ্যালয়ক লৈ এতিয়া চৰম অসন্তুষ্টি প্ৰকাশ কৰিছে স্থানীয় ৰাইজে। অভিযোগ অনুসৰি, এই চৰকাৰী কাৰ্যালয়টো কেৱল নামতহে চলি আছে। মাহৰ পিছত মাহ ধৰি কাৰ্যালয়টোত কোনো উচ্চপদস্থ বিষয়া বা কৰ্মচাৰীৰ…

ৰাজধানী দিল্লীত মৰ্মন্তুদ ঘটনা, ২১জনৰ শোকাৱহ মৃত্যু

দিল্লীৰ মালব্য নগৰত বুধবাৰে সংঘটিত এক ভয়ংকৰ অগ্নিকাণ্ডত কমেও ২১জন লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। “হোটেল ফ্ল’ৰিছ ষ্টে” নামৰ এটা ৰেষ্টুৰেণ্ট তথা আৱাসিক প্ৰতিষ্ঠানত জুই লাগি এই শোকাৱহ ঘটনাটো সংঘটিত হয়। প্ৰতিবেদন অনুসৰি, জুইৰ পৰা প্ৰাণ…

৮ জুনৰ পৰা জুবিন গার্গ হত্যাৰ বিচাৰ প্রক্রিয়া

অহা ৮ জুনৰ পৰা জুবিন গার্গ হত্যা গোচৰৰ বিচাৰ প্রক্রিয়া আৰম্ভ হ’ব৷ ৮ জুনৰ পৰা ন্যায়াধীশ শর্মিলা ভূঞাৰ ফাষ্টট্রেক আদালতত জুবিন গার্গ হত্যা গোচৰত সাক্ষী তথা এজাহাৰকাৰীসকলৰ সাক্ষ্যগ্রহণ কৰা হ’ব৷ ন্যায়াধীশ শর্মিলা ভূঞাৰ আদালতে ৮ জুনৰ দিনা…