মহানগৰীৰ বশিষ্ঠত চাঞ্চল্যকৰ ঘটনা
মহানগৰীৰ বশিষ্ঠত চাঞ্চল্যকৰ ঘটনা ।
একেখন বিদ্যালয়ৰে চাৰি গৰাকীকৈ ছাত্ৰী নিখোজ ।
বশিষ্ঠ বেহাৰবাৰী অঞ্চলৰ আছিল ছাত্ৰী কেইগৰাকী।
বেলতলা মাঝিপাৰা মধ্য ইংৰাজী বিদ্যালয়ৰ ছাত্ৰী আছিল।
ৰাতিপুৱা বিদ্যালয়লৈ আহি নিখোজ হৈ আছে ছাত্ৰী…