নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মোহন বাঁহীৰ সুৰত গকুল-বৃন্দাবনত পৰিণত সত্ৰদ্বীপ মাজুলী

নিয়মীয়া বাৰ্তা, ১৫ নৱেম্বৰ : সত্ৰ দ্বীপ মাজুলীৰ আধ্যাত্মিক সুখানুভূতি জড়িত হৈ থকা শ্ৰী শ্ৰী কৃষ্ণৰ ৰাসলীলা আজিৰে পৰা মাজুলীৰ অধিকাংশ ৰংগমঞ্চত আৰম্ভ হৈছে। মাজুলীৰ ৬৫টা ৰংগমঞ্চত আজি সন্ধিয়া বাজি উঠা ডবা,শংখৰ ধ্বনিৰ মাজেৰে প্ৰস্তাৱনা দৃষ্টিৰে…

ৰামায়ণৰ ৰাম-সীতাই উদ্বোধন কৰিলে নলবাৰী ৰাস মহোৎসৱ

বিশেষ বাৰ্তা, ১৫ নৱেম্বৰ : সদ্ভাৱ, সম্প্ৰীতি আৰু সমন্বয়ৰে গঢ় লৈ উঠা ইতিহাস প্ৰসিদ্ধ নলবাৰীৰ পবিত্ৰ হৰি মন্দিৰত সগৌৰৱেৰে উদযাপন কৰি অহা ৰাস মহোৎসৱৰ দ্বাৰ প্ৰতিবছৰৰ পবিত্ৰ শৰতৰ কাতি-আঘোন মাহৰ পূৰ্ণিমাৰ স্নিগ্ধ জোনাকৰ সন্ধিয়া মুকলি হোৱাৰ…

১,৫০০ কেজিৰ ‘আনমোল’ৰ বিলাসী জীৱন

🔹 ২৩ কোটি মূল্যৰ পোহনীয়া ম’হে প্রতিদিনে খায় ২০টা কণী নিউজ ডেস্ক, ১৬ নৱেম্বৰ : 'আনমোল'ৰ বিলাসী জীৱন ধাৰণে এতিয়া সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰিছে৷ আনমোলক পালন কৰা গৰাকী গিলে প্রতিদিনে তাৰ খাদ্যৰ নামত খৰচ কৰিছে ১৫০০ টকা! কোনো ব্যক্তি নহয়,…

বড়ো চুক্তিত প্রশস্ত উত্তৰ-পূবৰ জনগোষ্ঠীৰ সমৃদ্ধি

বিশেষ বাৰ্তা, ১৫ নৱেম্বৰঃ চিফুং, ছেৰজা, জটা আৰু খামৰ ধ্বনিৰে বাগৰুম্বা আৰু ৰৌনছন্দ্ৰী উপভোগ কৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন দিল্লীত আয়োজিত প্ৰথম বড়োলেণ্ড মহোতসৱত আজি বৰকৈ আবেগিক হৈ পৰে। বন্দুক হাতত লৈ কাৰোবাক মাৰিবলৈ উদ্যত পুত্ৰৰ…

বুকাৰ বিজয়ী ছামান্থা হার্ভে

যোৱা ১২ নৱেম্বৰত সন্মানজনক বুকাৰ বঁটা বিজয়ী সাহিত্যিকগৰাকীৰ নাম ঘোষণা কৰা হয়৷ ব্রিটিছ ঔপন্যাসিক ছামান্থা হার্ভেই তেওঁৰ উপন্যাস ‘অর্বিটেল’ৰ বাবে এই বঁটা লাভ কৰে৷ এখন সুন্দৰ পৃথিৱীৰ বর্ণনাৰে সমৃদ্ধ গ্রন্থখনক নির্বাচক মণ্ডলীয়ে সর্বসন্মতিক্রমে…

আজিৰ দিনটোৰ ৰাশিফল

আজি ১৬ নৱেম্বৰ, কাতি মাহৰ ৩০ তাৰিখ শনিবাৰ : তিথি–কৃষ্ণা প্রতিপদ, নক্ষত্র : কৃত্তিকা, যাত্রা : নাই মেষ : আর্থিক উন্নতিৰ কাৰক৷ বিদ্যাত জটিলতা নাপাব৷ পুৱাৰ ভাগত সাৱধানেৰে মত বিনিময় আদি কৰক৷ ঘৰুৱা বাধা কম৷ শুভ ৰং হালধীয়া, শুভ সংখ্যা ৪। বৃষ…

ৰংজুলিত শোকাৱহ পথ দুৰ্ঘটনা : মাতৃ-পুত্ৰসহ থিতাতে নিহত ৩

নিয়মীয়া বাৰ্তা, ১৫ নৱেম্বৰ : ৰাজপথত পুনৰ মৃত্যুৰ কিৰীলি! গোৱালপাৰা জিলাৰ ৰংজুলিত আজি দুপৰীয়া সংঘটিত শোকাবহ পথ দুৰ্ঘটনাত থিতাতে নিহত হয় মাতৃ-পুত্ৰসহ আন এগৰাকী মহিলা ৷ ৰংজুলি থানাৰ অন্তৰ্গত দোসীমাপাৰাত ১৭নং ৰাষ্ট্ৰীয় পথত সংঘটিত হয় এই ভয়ংকৰ পথ…

পৰাজয় নিশ্চিত দেখি চামগুৰিত পিতা-পুত্ৰই আবোল-তাবোল বকিছে

বিশেষ বাৰ্তা, ১৫ নৱেম্বৰ : চামগুৰি বিধানসভা সমষ্টিৰ উপ নিৰ্বাচন অনুষ্ঠিত হৈ যোৱাৰ পিছতো ৰাজনৈতিক বতাহ গৰম হৈয়ে আছে। বিশেষকৈ বিজেপি আৰু কংগ্ৰেছ দলে পৰস্পৰে পৰস্পৰৰ বিৰুদ্ধে কৰা অভিযোগ -প্ৰতি অভিযোগ এতিয়া সৰ্বত্ৰ চৰ্চাৰ বিষয় হৈ পৰিছে। কালি…

বৈদুৰ্য বৰুৱাৰ বিস্ময়ৰ জনপ্ৰিয় চৰিত্ৰ চেণ্টুদা আৰু নাই

বিশেষ বাৰ্তা, ১৫ নৱেম্বৰ : তিনিচুকীয়াৰ লেখক বৈদুৰ্য্য বৰুৱাৰ বিস্ময়ৰ জনপ্ৰিয় চৰিত্ৰৰ চেণ্টুদা আৰু নাই৷ তিনিচুকীয়াৰ সকলোৰে পৰিচিত সহজ, সৰল মনৰ গৰাকী চেণ্টুদাৰ প্ৰায় ৮৫ বছৰ বয়সত বৃহস্পতিবাৰে সন্ধিয়া দেহাৱসান ঘটে। চেণ্টুদা দীৰ্ঘদিনৰ পৰা এক…

নলবাৰীত মেধাৱী উপাসনাৰ নেতৃত্বত ইউ এছ আৰ্ট গেলাৰী

বিশেষ বাৰ্তা, ১৫ নৱেম্বৰ : নলবাৰীৰ দৰে সৰু চহৰ এখনত এটা বৃহৎ আৰ্ট গেলাৰীৰ স্থাপনৰে নলবাৰীৰ নাম উজ্বলোৱাৰ পৰিকল্পনা কৰিছে মেধাৱী যুৱতী এগৰাকীয়ে। নলবাৰী চহৰৰ সমীপৰ বালিকৰিয়াৰ মেধাৱী যুৱতী, এয়াৰটেলৰ প্ৰাক্তন অভিযন্তা উপাসনা শৰ্মাই জিলাখনৰ বাবে…