নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভূমিকম্পত তিব্বতত ভয়াৱহতা, অব্যাহত উদ্ধাৰাভিযান

নিয়মীয়া বাৰ্তা ডিজিটেল, ৮ জানুৱাৰীঃ মঙলবাৰে তিব্বতত ৬.৮ ৰিখটাৰৰ ভূমিকম্পৰ ফলত কমেও ১২৬জন লোকৰ মৃত্যু হোৱাৰ লগতে ১৮৮জন লোক আহত হয়। খবৰ অনুসৰি মাত্ৰ ৯ ঘণ্টাত ১০০ৰো অধিক সৰু-ডাঙৰ ভূমিকম্প অনুভৱ কৰা হৈছে। তিব্বতৰ লগতে চুবুৰীয়া দেশ নেপালতো…

গ্রন্থপ্রেমীৰ অভূতপূর্ব সঁহাৰিৰে অসম গ্রন্থমেলাৰ সামৰণি

🔴 বেষ্ট ছেলাৰৰ তালিকাত ডিক’ডিং জীৱন মাৰাডোনাৰ ঘড়ী–মৃত্যুৰ সাউদ আৰু অন্যান্য গল্প নিয়মীয়া বাৰ্তা ডিজিটেল, ৮ জানুৱাৰীঃ সাহিত্য–সংস্কৃতিৰ বর্ণিল সমাহাৰ আৰু গ্রন্থপ্রেমীৰ অভূতপূর্ব উছাহৰ মাজেৰে নিজম পৰিল খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয়…

চৰকাৰী হাস্পতালত কনিষ্ঠ চিকিৎসকক ধ*র্ষ*ণ

নিয়মীয়া বাৰ্তা ডিজিটেল, ৮ জানুৱাৰীঃ পশ্চিমবংগৰ আৰজি কৰ মেডিকেল কলেজ হাস্পতালত মহিলা চিকিৎসকক ধর্ষণ আৰু হত্যাৰ ঘটনাৰ স্মৃতি এতিয়াও সজীৱ হৈ আছে দেশবাসীৰ অন্তৰত৷ ইয়াৰ মাজতে এইবাৰ মধ্যপ্রদেশৰ গোৱালিয়ৰৰ চৰকাৰী মেডিকেল কলেজ হাস্পতালত এগৰাকী…

ইংলেণ্ডৰ বিৰুদ্ধে শৃংখলাত দলভুক্তৰ সম্ভাৱনা ৰোহিত-কোহলিৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ৮ জানুৱাৰীঃ টেষ্ট ক্রিকেটত ভৱিষ্যৎ সন্দর্ভত বিতর্কৰ সৃষ্টি হৈ থকাৰ সময়তে বিৰাট কোহলি আৰু ৰোহিত শর্মা এতিয়াও এদিনীয়া ক্রিকেটত টীম ইণ্ডিয়াৰ বাবে গুৰুত্বপূর্ণ হৈয়ে আছে৷ ইংলেণ্ডৰ বিৰুদ্ধে খেলিবলগীয়া আগন্তুক তিনিখনীয়া…

আজিৰ দিনটোৰ ৰাশিফল

আজি ৮ জানুৱাৰী, পুহ মাহৰ ২৩ তাৰিখ বুধবাৰ ঃ তিথি–শুক্লা নৱমী, নক্ষত্র ঃ অশ্বিনী, যাত্রা ঃ নাই মেষঃ ব্যৱসায়ত নতুন সমস্যাৰ সৃষ্টি হ’ব পাৰে৷ বিদ্যার্থীসকলৰ বেয়া নহয়৷ প্রাপ্যধন লাভৰ সম্ভাৱনা৷ শুভ বর্ণ পাতল হালধীয়া বা ক্রীম ৰং৷ যাত্রাৰ সময়ত এই…

কাছাৰত ৬ কোটি ৫১ লাখৰ হেৰ’ইন,  ৩৮ লাখৰ গাঞ্জা জব্দ : গ্ৰেপ্তাৰ ৩

নিয়মীয়া বাৰ্তা, ৭ জানুৱাৰী : কাছাৰ জিলাত যোৱা দুদিনত পৃথক পৃথক স্থানত আৰক্ষীয়ে অভিযান চলাই ৬ কোটি ৫১ লক্ষ টকাৰ হেৰ'ইন সহ  ৩৮ লক্ষ টকাৰ গাঞ্জা  জব্দ কৰিবলৈ সক্ষম হৈছে। কাছাৰৰ আৰক্ষী অধীক্ষক নোমল মাহাত্তাই জনোৱা মতে, সোমবাৰে গোপন সূত্রৰ খবৰৰ…

নামেৰী ৰাষ্ট্ৰীয় উদ্যান-ব্যাঘ্ৰ প্ৰকল্পত মুকলি জীপ ছাফাৰী

নিয়মীয়া বাৰ্তা, ৭ জানুৱাৰী : শোণিতপুৰ জিলাৰ অসম-অৰুণাচল সীমান্তৱৰ্তী চাৰিদুৱাৰস্থিত তথা দেওহাঁহৰ বাবে জগত বিখ্যাত নামেৰী ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ প্ৰকল্পত আজিৰে পৰা মুকলি কৰা হ'ল জীপ ছাফাৰী। আজি দিনৰ ১১ বজাত উদ্যানখনত উপস্থিত হৈ ৰাজ্যৰ…

ব’ৰ্ডাৰ ৰোডছ অর্গেনাইজেচনত ৪৬৬ চাকৰিৰ বিজ্ঞাপন

🔹 আবেদনৰ অন্তিম তাৰিখ ১৪ জানুৱাৰী ব’ৰ্ডাৰ ৰোডছ অর্গেনাইজেচনত ৪৬৬টা ড্রাফটছমেন, ছুপাৰভাইজৰ, টার্নাৰ, মেচিনিষ্ট, অপাৰেটৰ আৰু ড্রাইভাৰ পদত নিয়োগৰ বাবে প্রার্থীৰ পৰা আবেদন বিচাৰিছে৷

ৰূপহীহাটত তীৰ খেলৰ তিনি বুকী আটক

🔹 সৰ্বস্বান্ত স্কুল-কলেজীয়া ছাত্ৰৰ পৰা বৃদ্ধলৈকে নিয়মীয়া বাৰ্তা, ৭ জানুৱাৰী : ৰূপহীহাটত তীৰ খেলৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান অব্যাহত আছে ৷ ৰূপহীহাট আৰক্ষীয়ে আজি দুপৰীয়া এক গোপন সূত্ৰৰ পম খেদি ফুটালজাৰত তীৰ খেলৰ বিৰুদ্ধে চলায় এক অভিযান ৷…