অসমত সোমালেই বিদেশী হয় ভাৰতীয় !
🔹 ধ্রুৱ মহন্ত
বিগত কেইটামান দশকত অসমৰ জনগাঁথনিৰ অস্বাভাৱিক পৰিৱর্তনে ৰাজ্যখনৰ খিলঞ্জীয়া জনসাধাৰণৰ ভৱিষ্যতৰ প্রতি চৰম বিপদ সংকেত কঢ়িয়াই আনিছে৷ ৰাজ্যখনৰ ভাষিক তথা ধর্মীয় জনগাঁথনিৰ এনে ভয়ংকৰ পৰিৱর্তনে খিলঞ্জীয়া জনসাধাৰণক নিজৰ ভৱিষ্যৎ…