নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৰছলাত ৭.৬২ পিষ্টলসহ তিনি দুৰ্ধৰ্ষ অপৰাধীক গ্ৰেপ্তাৰ 

বিশেষ বাৰ্তা, ৩ মে’ : বৰছলা বিধানসভা সমষ্টিৰ মুছলিম চাপৰিত এটা ৭.৬২ পিষ্টল, দুটা সক্ৰিয় গুলীসহ তিনিটা দুদ্ধৰ্ষ অপৰাধীক ঠেলামৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। ঘটনাৰ বিৱৰণী অনুসৰি কালি নিশা শোণিতপুৰৰ অতিৰিক্ত…

ভাৰতবৰ্ষত এইবাৰ কংগ্ৰেছে ২০খনো আসনো নাপায় : জয়ন্ত মল্ল বৰুৱা

নিয়মীয়া বাৰ্তা, ৩ মে' : নৱগঠিত নলবাৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত বৰক্ষেত্ৰী ৰাজহ চক্ৰৰ অন্তৰ্গত লাউতোলা গাঁৱত আজি বৰপেটা লোকসভাৰ বিজেপি মিত্ৰ দলৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীৰ সমৰ্থনত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই নিৰ্বাচনী প্ৰচাৰ চলায়। লোহাৰকাঠা…

সাহিত্য মানৱ জীৱনৰ শান্তিৰ আলয় তথা আত্মাৰ অভিব্যক্তি : মৃণালিনী দেৱী 

🔴নিৰলা কাকতিৰ কবিতা-গীতৰ একত্ৰ সংকলন "সৃষ্টিৰ সপোন" উন্মোচন নিয়মীয়া বাৰ্তা ডিজিটেল, ৩ মে' : সাহিত্য মানৱ জীৱনৰ শান্তিৰ আলয় তথা আত্মাৰ অভিব্যক্তি। মানুহে জীৱনটো শান্তিত কটাবলৈ হ'লে অথবা সমাজ জীৱন বা জাতীয় চেতনাক উচ্চ স্তৰলৈ নি ভৱিষ্যত…

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নাৰীক সুৰক্ষা দিছে : স্বপ্না বণিয়া

🎯বাঁহজানীত ফণীভূষণ চৌধুৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰ বিজেপিৰ ৰাজ্যিক সভানেত্ৰীৰ নিয়মীয়া বাৰ্তা, ৩ মে' : ভাৰতীয় সমাজ, সভ্যতা নিৰ্মাণ কৰিছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপি চৰকাৰে। যাৰ বাবে দেশৰ মহিলাই সুৰক্ষা লাভ কৰিছে।…

ৰায়বেৰেলীৰ পৰা ৰাহুল গান্ধীৰ মনোনয়ন দাখিল

নিয়মীয়া বাৰ্তা ডিজিটেল, ৩ মে' : আমেথিত যোৱাবাৰ পৰাজয়ৰ পিছত মাতৃ উত্তৰাধিকাৰী সূত্ৰে ৰায়বেৰেলীৰ পৰা ৰাহুল গান্ধীৰ নতুন যাত্ৰা আৰম্ভৰ লক্ষ্যৰে আজি ৰায়বেৰেলীৰ পৰা কংগ্ৰেছৰ হৈ মনোনয়ন দাখিল কৰে। আজি উত্তৰ প্ৰদেশৰ ৰায়বেৰেলী লোকসভা আসনৰ পৰা…

ধোঁৱাচাঙত জলজীৱন মিছন : কাৱাছিং নিজৰাৰ পানীৰে জীৱন-যাপন গাৰোপাৰাবাসী

নিয়মীয়া বাৰ্তা, ৩ মে' : বৰ্তমান উন্নয়নকামী চৰকাৰখনে এটাৰ পিছত আন এটা অভিলাসী আঁচনিৰ কথা উল্লেখ কৰি আহিছে। তেনে এক অভিলাসী আঁচনি হৈছে জল-জীৱন আঁচনি। কামৰূপ জিলাৰ অসম-মেঘালয় সীমান্তৱৰ্তী ৰাণী উন্নয়নখণ্ডৰ দক্ষিণ ভোলাগাওঁ পঞ্চায়তৰ গাৰোপাৰা…

কৈঠালকুছিত কংগ্ৰেছ প্ৰাৰ্থী দীপ বায়নৰ হৈ গৌৰৱ গগৈৰ নিৰ্বাচনী প্ৰচাৰ

নিয়মীয়া বাৰ্তা, ৩ মেঃ তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে ৰাজ্যত তুংগত চলিছে লোকসভা নিৰ্বাচনৰ প্ৰচাৰ৷ ৩নং বৰপেটা লোকসভা সমষ্টিৰ অন্তৰ্গত নৱগঠিত ৪০নং টিহু বিধানসভা সমষ্টিৰ কৈঠালকুছিত কালি ভাৰতীয় জাতীয় কংগ্ৰেছ দ’লৰ মনোনীত প্ৰাৰ্থী দীপ বায়নক লগত লৈ…

চেম্পিয়নছ ট্রফী : ভাৰতক পতিয়নৰ চেষ্টা পাকিস্তান ক্রিকেট ব’ৰ্ডৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ৩ মে' : পাকিস্তানত ২০২৫ চনত হ’বলগীয়া চেম্পিয়নছ ট্রফীক লৈ জটিলতাৰ সৃষ্টি হৈছে৷ পাকিস্তানত খেলিবলৈ আপত্তি কৰিছে ভাৰতে৷ এনে পৰিস্থিতিত পাকিস্তান ক্রিকেট ব’র্ডে ভাৰতক পতিয়ন নিয়াবলৈ আপ্রাণ চেষ্টা চলাইছে৷ প্রতিযোগিতাখন…

যৌন সুখ দিবলৈ সুন্দৰী তৰুণীৰ সুখ বাহিনী গঠন কিম জং-উনৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ৩ মে' : উত্তৰ কোৰিয়াৰ অত্যাচাৰী শাসক কিম জং-উনে অগতানুগতিক ঘটনাৰ বাবে সঘনে সংবাদ শিৰোনাম দখল কৰি আহিছে৷ কট্টৰ শাসকগৰাকীয়ে নিজৰ সুখ আৰু আনন্দৰ বাবে প্রজাক বিভিন্ন ধৰণে ব্যৱহাৰ কৰি আহিছে৷ ব্যক্তিগত সুখৰ বাবে কুমাৰী…

চিবিআইত নিয়ন্ত্রণ নাই কেন্দ্রৰ : উচ্চতম ন্যায়ালয়ক জনালে মোদী চৰকাৰে

নিয়মীয়া বাৰ্তা ডিজিটেল, ৩ মে' : চিবিআই স্বতন্ত্র সংস্থা৷ এই সংস্থাৰ ওপৰত কেন্দ্রৰ কোনো নিয়ন্ত্রণ নাই৷ ৰাজ্যৰ তৰফৰ পৰা তৰা এটা গোচৰত উচ্চতম ন্যায়ালয়ত এই কথা জনাই দিলে মোদী চৰকাৰে৷ উল্লেখনীয় যে ২০২০ চনতে ৰাজ্যত ইচ্ছা অনুসৰি চিবিআইৰ তদন্তৰ…