2. 18. 21.
নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাষ্ট্ৰীয় পৰ্যায়ত পুনৰ উজলিল ঢকুৱাখনা মহাবিদ্যালয় (স্বায়ত্তশাসিত)

🔹 'ইণ্ডিয়া টুডে'ৰ সমীক্ষাত দেশৰ শ্ৰেষ্ঠ মহাবিদ্যালয়ৰ ভিতৰত ১৩৯সংখ্যক স্থান লাভ নিয়মীয়া বার্তা,  ২৯ জুন : ৰাজ্যৰ শিক্ষাখণ্ডৰ বাবে এটা ভাল খবৰ। ৰাষ্ট্ৰীয় পৰ্যায়ত পুনৰ উজলি উঠিছে উত্তৰ অসমৰ আগশাৰীৰ উচ্চ শিক্ষানুষ্ঠান ঢকুৱাখনা মহাবিদ্যালয়।…

লাহৰীঘাটৰ পাভকাটিত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ নামত কেলেংকাৰি

🔹 জিপিচি মোজাম্মিলৰ বিৰুদ্ধে দৰিদ্ৰ হিতাধিকাৰীৰ পৰা ধন সংগ্ৰহৰ অভিযোগ 🔹 জিপিচিক ধন দিলে নিৰ্মাণ কৰিব নালাগে আৱাস গৃহ ! নিয়মীয়া বাৰ্তা,  ২৯ জুন : মৰিগাঁও জিলাৰ লাহৰীঘাটত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহৰ নামত ব্যাপক কেলেংকাৰি সংঘটিত হোৱাৰ…

প্রধানমন্ত্রী মোদীক ‘ধর্ম চক্রৱর্তী’ উপাধিৰে সন্মানিত

🔹 নতুন দিল্লীত জৈন সন্ত আচার্য শ্রী ১০৮ বিদ্যানন্দজী মহাৰাজৰ শতবার্ষিকী নিউজ ডেস্ক, ২৯ জুন : কেন্দ্রীয় সাংস্কৃতিক মন্ত্রালয় আৰু ভগৱান মহাবীৰ অহিংসা ভাৰতী ন্যাসৰ উদ্যোগত নতুন দিল্লীত আয়োজিত জৈন সন্ত আচার্য শ্রী১০৮ বিদ্যানন্দজী মহাৰাজৰ…

বার্মিংহামত অনুশীলনত নামিল যশপ্রীত বুমৰাহ

🔹 ২ জুলাইৰ পৰা ইংলেণ্ডৰে দ্বিতীয় টেষ্টত খেলাৰ সম্ভাৱনা বৃদ্ধি নিউজ ডেস্ক, ২৯ জুন : ইংলেণ্ডৰ বিপক্ষে বার্মিংহামত খেলিবলগীয়া শৃংখলাৰ দ্বিতীয়খন টেষ্টত খেলাৰ সম্ভাৱনা বৃদ্ধি পালে টীম ইণ্ডিয়াৰ তাৰকা পেচ বলাৰ যশপ্রীত বুমৰাহৰ৷ প্রথম দিনা দলীয়…

ধিঙত বাল্য বিবাহত জড়িত ব্যক্তি পঞ্চায়তলৈ নিৰ্বাচিত

🔹 সভাপতি বাছনি প্ৰক্ৰিয়াৰ মাজতে পোহৰলৈ আহিছে ভয়ংকৰ তথ্য নিয়মীয়া বাৰ্তা, ২৯ জুন : ধিং সমষ্টিত বাল্য বিবাহ কৰোৱা ব্যক্তি পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি বিজয়ী হোৱাৰ পিছতে সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া । ধিং সমষ্টিৰ নিজ ধিং উন্নয়ন…

অসম বিদ্যালয় শিক্ষা ব’ৰ্ডত চাকৰি

🔹 আবেদনৰ অন্তিম তাৰিখ ৭ জুলাই অসম ৰাজ্যিক স্কুল শিক্ষা ব’ৰ্ডত খালী হোৱা কেইটামান পদ পূৰণৰ বাবে প্রার্থীৰ পৰা আবেদন বিচৰা হৈছে৷

চাকৰিৰ প্রলোভনেৰে মহিলাক ছমাহত ১২বাৰ ধ*র্ষণ পুৰোহিতৰ

🔹 পদ্মশ্রী সন্মানপ্রাপক কার্তিক মহাৰাজৰ বিৰুদ্ধে অভিযোগ মহিলাৰ নিউজ ডেস্ক, ২৯ জুন : কলকাতাত আইন মহাবিদ্যালয়ৰ ছাত্রীক দলবদ্ধ ধ*র্ষণৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰি থকাৰ সময়তে পদ্মশ্রী সন্মানপ্রাপক পুৰোহিত কার্তিক মহাৰাজৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ…

দেশৰ পৰা দূৰত থাকিলেও ভাৰতবাসীৰ হূদয়ত আছে আপুনি

🔹 আন্তর্জাতিক মহাকাশ কেন্দ্রত বাহৰ পতা শুভাংশুৰ সৈতে মোদীৰ বার্তালাপ 🔹 মহাকাশত গাজৰৰ হালোৱা-আমৰ ৰসৰ সোৱাদ ল'লে শুক্লা আৰু তেওঁৰ সতীৰ্থই নিউজ ডেস্ক, ২৯ জুন : ইতিহাস সৃষ্টিৰে প্রথমগৰাকী ভাৰতীয় মহাকাশচাৰী হিচাপে আন্তর্জাতিক মহাকাশ কেন্দ্র,…

অজিত ভূঞাৰ সাংসদ পুঁজি কেলেংকাৰিৰ অভিযোগনামা দাখিল

🔹 বিশেষ আদালতত দাখিল ৩,৭৫৬ পৃষ্ঠাৰ চার্জশ্বীট বিশেষ বাৰ্তা, ২৯ জুন : ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাৰ সাংসদ পুঁজিৰ কেলেংকাৰি সন্দর্ভত মুখ্যমন্ত্রীৰ বিশেষ তদাৰকী কোষ, চমুকৈ চিএম ভিজিলেঞ্চে অভিযোগনামা বিশেষ ন্যায়াধীশৰ আদালতত দাখিল কৰে৷ মুঠ…

আইছিছ ভাৰতৰ মুৰব্বী ছাকিব নাছানৰ হাস্পতালত মৃত্যু

🔹 মুম্বাই বোমা বিস্ফোৰণকে ধৰি বিভিন্ন সন্ত্রাসবাদী কার্যকলাপত জড়িত নাছান নিউজ ডেস্ক, ২৯ জুন : নিষিদ্ধ সংগঠন আইছিছ ভাৰতৰ মুৰব্বী তথা নিষিদ্ধ ছিমিৰ নেতা ছাকিব নাছানৰ দিল্লীৰ চফদৰজং হাস্পতালত চিকিৎসাধীন অৱস্থাত মৃত্যু ঘটে৷ মগজুত ৰক্তক্ষৰণ হৈ…